• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ প্ৰাৰ্থীক আক্ৰমণৰ লক্ষ্য! হতাশাত ভূগিছে নেকি শাসকীয় দলৰ নেতা-কৰ্মী?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 9:57 am
Attack on Congress candidate

থাওৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাইৰ ওপৰত আক্ৰমণ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে বিজেপি, কংগ্ৰেছকে ধৰি ৰাজনৈতিক দল তথা আন প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে।

ইয়াৰ মাজতে বিক্ষিপ্তভাৱে সংঘটিত হৈছে কেইটামান হিংসাত্মক ঘটনা। কংগ্ৰেছ প্ৰাৰ্থীক লক্ষ্য কৰি বিজেপিৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

দেওবাৰে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাইক অজ্ঞাত লোকে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে।

বৰগোঁহাইক প্ৰচাৰৰ বাবে থাওৰাত থকাৰ সময়তে আক্ৰমণ কৰা হৈছিল। ঘটনাটো ৰাজমাই চাহ উদ্যোগৰ সন্মুখত সংঘটিত হৈছিল।

বৰগোহাইয়ে অভিযোগ কৰা মতে এনে অভূতপূৰ্ব আক্ৰমণৰ আঁৰত বিজেপি প্ৰাৰ্থী কুশল দুৱাৰীৰ সমৰ্থকসকল আছে।

সেইদৰে, একেধৰণৰ ঘটনা সংঘটিতো হৈছে হাফলং সমষ্টিতো।

নিখিল ভাৰত মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দানাছাৰি অনসূয়াই বিজেপিৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ কাৰ্যকৰ্তাৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

আনহাতে, কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শচীন চাহুৰ নিৰ্বাচনী কাৰ্যালয়তো আক্ৰমণৰ ঘটনা সংঘটিত হয়। তদুপৰি, প্ৰাৰ্থীগৰাকীৰ বাহনলৈয়ো শিলগুটি নিক্ষেপ কৰা হয়।

কংগ্ৰেছ সমৰ্থকসকলে এনে আক্ৰমণৰ বিৰুদ্ধে আনকি থানাৰ সন্মুখত প্ৰতিবাদো সাৱ্যস্ত কৰে। প্ৰাৰ্থীগৰাকীয়ে নিজেও ৰাজপথত প্ৰতিবাদ সাৱ্যস্ত কৰে।

এনে হিংসাত্মক ঘটনাৰ আঁৰত সন্দেহযুক্ত বিজেপি কৰ্মী থকাৰ অভিযোগ উত্থাপিত হৈছে।

নিৰ্বাচনৰ সময়ত এইদৰে কংগ্ৰেছ প্ৰাৰ্থীক লক্ষ্য কৰি আক্ৰমণৰ ঘটনাই শাসকীয় ক্ষমতাসীন দলৰ নেতা-কৰ্মীৰ হতাশাৰ প্ৰতিফলন বুলি ক’ব খোজে একাংশ সচেতন লোকে।

শাসনাধীষ্ঠ বিজেপি দলৰ বিৰুদ্ধে কংগ্ৰেছে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তীব্ৰ কৰি তুলিছে।

কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ সভাসমূহত তথা প্ৰাৰ্থীসকলৰ প্ৰতি সমৰ্থনত সমষ্টিসমূহত ব্যাপক সঁহাৰি লাভ কৰা দেখা গৈছে।

কংগ্ৰেছৰ এনে উত্থানত শংকিত হৈয়েই হতাশাত ভোগা শাসকীয় দলৰ নেতা-কৰ্মীয়ে এনে আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উঠিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd