• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘামৰ বাবে চুলি সৰিছে নেকি? এই তীব্ৰ গৰমত কিদৰে সাৱধানতা অৱলম্বন কৰিব, পঢ়ক সবিশেষ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2025 9:00 pm
183
VIEWS
Share on FacebookShare on Twitter

তাপমাত্ৰা বাঢ়িছে। আৰ্দ্ৰতাও বেছি। প্ৰায় সকলো ঘামত তিতিছে। কিন্তু তাৰ সমান্তৰালকৈ সৰিছে চুলি। কিন্তু তাৰ বাবে বিচলিত হৈ পৰিছে নেকি আপুনি? বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে কেইটামান সহজ নিয়ম মানি চলি চুলি সৰা সমস্যাৰ পৰা মুক্তি পোৱা সম্ভৱ।

১) ডাঠ চুলি থকাৰ বাবে মূৰৰ ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। গতিকে দিনটোত এবাৰ বা দুবাৰ মূৰৰ ছালখন মালিচ কৰিবলৈ চেষ্টা কৰক। ইচ্ছা কৰিলে তেল ব্যৱহাৰ কৰিব পাৰে। যদি আপুনি আৰু তেল নিবিচাৰে তেন্তে মূৰৰ ছালখন লঘু হাতেৰে মালিচ কৰক। এনে কৰিলে চুলিৰ গুৰি মজবুত হ’ব।

২) উষ্ণতা বৃদ্ধিৰ ফলতো চুলিৰ ক্ষতি হয়। গতিকে চুলিখিনি যিমান পাৰি ৰ’দৰ পৰা ৰক্ষা কৰক। বাহিৰলৈ যাওঁতে ছাতি ব্যৱহাৰ কৰিব লাগে। সম্ভৱ হ’লে চুলিখিনি কোমল কাপোৰেৰেও ঢাকিব পাৰে।

৩) চুলি কেতিয়াও গৰম পানীৰে ধুব নালাগে। জিলিকনি বজাই ৰাখিবলৈ চুলিখিনি ভালদৰে ঠাণ্ডা পানীৰে ধুব লাগে।

৪) চুলিৰ স্বাস্থ্য উন্নত কৰাৰ বাবে আঁচোৰাটো অতি গুৰুত্বপূৰ্ণ। দিনটোত অন্ততঃ ২-৪ বাৰ আঁচুৰিবলৈ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত চুলিৰ জটিলতা কমি যায়। যট ভঙাৰ সমস্যাও আপুনি এৰাই চলিব পাৰে।

৫) এই সময়ত চুলিৰ আগ অংশ ফাটি যোৱাৰ সমস্যাও দেখা যায়। ফলত চুলিৰ স্বাভাৱিক বৃদ্ধিৰ হাৰ লেহেমীয়া হয়। এই সমস্যাৰ পৰা মুক্তি পাবলৈ নিয়মিত ব্যৱধানত চুলিৰ মূৰবোৰ কটাটো কৰাটো প্ৰয়োজনীয়।

৬) শ্বেম্পু কৰিলে চুলি ৰুক্ষ হয়। গতিকে ইয়াক কোমল কৰি ৰাখিবলৈ কণ্ডিচনাৰ ব্যৱহাৰ কৰিব লাগিব। অন্যথা চুলি সৰা সমস্যা বাঢ়িব।

এই সমূহ পদক্ষেপৰ লগতে আপুনি কিন্তু অৱশ্যেই খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব লাগিব। খাদ্য তালিকাত ফলমূল আৰু প্ৰচুৰ পৰিমাণে পানী থাকিব লাগে। অন্যথা চুলি সৰাৰ সমস্যা আৰু বেছি বেয়া হ’ব পাৰে।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd