• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাকাৰ্টাত হিমাক অনুপ্ৰেৰণা যোগাবলৈ যোৱাৰ হেপাঁহ সত্বেও অৰ্থৰ অভাৱত বঞ্চিত অৰ্জুন ভোগেশ্বৰ বৰুৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2018 12:05 pm
noted-athlete-bhogeswar-baruah-being-felicitated-219975

ফাইল ফটো : অৰ্জুন ভোগেশ্বৰ বৰুৱা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবাসীৰ আশা স্বৰ্ণ ৰাণী হিমা দাসে শনিবাৰ অৰ্থাৎ কাইলৈ এছিয়ান গেইমছৰ ৪০০ মিটাৰ ব্যক্তিগত দৌৰত অংশ লোৱা দেখা যাব। সেয়ে ইণ্ডোনেছিয়াৰ জাৰ্কাটা আৰু পালেমবাঙত চলি থকা এছিয়ান গেইমছত অসমৰ গৌৰৱ হিমাক উৎসাহ তথা প্ৰেৰণা যোগাবলৈ অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল এটাও ইণ্ডোনেছিয়ালৈ ৰাওনা হৈছে।

উল্লেখ্য যে হিমাৰ আমন্ত্ৰণ মৰ্মে বৃহস্পতিবাৰতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ জাকাৰ্টালৈ ৰাওনা হোৱাৰ পাছত ক্ৰীড়া সঞ্চালকালয়ৰ জ্যেষ্ঠ পদবীধাৰী, ছাইৰ আঞ্চলিক সঞ্চালকৰ লগতে অন্যান্যসকলেও হিমাৰ খেল উপভোগ কৰিবলৈ জাকাৰ্টালৈ যাত্ৰা কৰিছে।

Apply Now

এইখিনিতে মনকৰিবলগীয়া কথাটো হ’ল এথলীট জগতৰ নৱতম চাঞ্চল্য হিমাই তেওঁৰ খেলৰ সময়ত তেওঁক উৎসাহ তথা প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে কেইজন মান বিশেষ ব্যক্তিক ষ্টেডিয়ামত উপস্থিত থকাতো বিচাৰিছিল। ইয়াৰ ভিতৰত অন্যতম জুবিন গাৰ্গ আৰু অসমৰ একমাত্ৰ এছিয়ান চেম্পিয়ন তথা অৰ্জুন ভোগেশ্বৰ বৰুৱা।

এই বাতৰি ওলোৱাৰ পাছতে ভোগেশ্বৰ বৰুৱাক জাকাৰ্টালৈ প্ৰেৰণ কৰা কথা আছিল যদিও শেষত অসমৰ ক্ৰীড়া সঞ্চালকালয়ে অসমৰ কিংবদন্তী এথলেটগৰাকীক জাকাৰ্টালৈ প্ৰেৰণ কৰাৰ পৰা বিৰত ৰাখি খেল উপভোগ কৰিবলৈ পঠিয়ালে বিভাগটোৰ আমোলা-বিষয়াৰ এটা দলকহে।

উল্লেখ্য যে গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী কৰাৰ বাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উঠি পৰা সময়তে এছিয়ান গেইমছত অসমৰ একমাত্ৰ পদকধাৰী ভোগেশ্বৰ বৰুৱাৰ ইচ্ছা থকাৰ সত্বেও এইদৰে উপেক্ষিত কৰাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰি আজি বিশ্ব বিখ্যাত এথলীট ৰূপে প্ৰতিষ্ঠা লাভ কৰা হিমা দাসৰ সফলতাৰ আঁৰৰ ব্যক্তি দুগৰাকী তথা প্ৰশিক্ষক নিপন দাস আৰু নৱজ্যোতি মালাকাৰেও নিজা ববীয়াকৈ ইতিমধ্যেই জাকাৰ্টাত উপস্থিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd