• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাত মুম্বাইৰ হৈ অভিষেক অৰ্জুন টেণ্ডুলকাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 15, 2021 4:01 pm

1 min read

চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাত মুম্বাইৰ হৈ অভিষেক অৰ্জুন টেণ্ডুলকাৰৰ
231
VIEWS
Share on FacebookShare on Twitter

মুম্বাই ছিনিয়ৰ দলৰ হৈ আজি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে বিশ্বশ্ৰেষ্ঠ বেটছমেন শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰৰ।

আজি হাৰিয়ানাৰ বিৰুদ্ধে চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাইৰ হৈ অভিষেক ঘটে যুৱ বাওহতীয়া বেগী বলাৰ গৰাকীৰ।

মুম্বাইৰ হৈ অৰ্জুন টেণ্ডুলকাৰে অভিষেক কৰিলেও হাৰিয়ানৰ বিৰুদ্ধে পৰাস্ত হ’বলগীয়া হয় মুম্বাই।

খেলখনত মুম্বাই প্ৰথমে বেটিং কৰি ১৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৪৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অৰ্জুন টেণ্ডুলকাৰে কোনো ৰান নকৰাকৈ অপৰাজিত হৈ থাকে।

আনহাতে, বলিঙত অৰ্জুনে তিনি অভাৰত ৩৪ ৰান খৰচ কৰি এটা উইকেট দখল কৰিবলৈ সক্ষম হয়।

অৰ্জুনে হাৰিয়ানাৰ অপেনিং বেটছমেন চৈতন্য বিশ্নোইক মাত্ৰ চাৰি ৰানত পেভিলিয়ন মুখি কৰে।

হাৰিয়ানাই ১৭.৪ অভাৰত দুটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।

হাৰিয়ানাৰ হৈ প্ৰাক্তন ভাৰতীয় স্পীনাৰ জয়ন্ত যাদৱে দুৰ্দান্ত বলিঙেৰে চাৰিটা উইকেট দখল কৰে।

Recent News

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

202103071802316968_International-Womens-Day-Women-To-Take-Centre-Stage-At_SECVPF

নাৰী দিৱসৰ দিনাই দিল্লীত কৃষক প্ৰতিবাদৰ নেতৃত্ব দিব কেইবাহাজাৰো মহিলাই

Siladitya-570x320-750x375-1

টিকট লাগে, পূৰ্বে কৰা ভুলৰ বাবে ৰাজ্যিক নেতৃত্বৰ ওচৰত ক্ষমা বিচাৰি শিলাদিত্যৰ সন্তাপ!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd