• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সকলো যেন পৰিকল্পিত! অৱশেষত মুম্বাই ইণ্ডিয়ানছেই কিনি ল’লে অৰ্জুন তেণ্ডুলকাৰক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 19, 2021 7:53 am

1 min read

WhatsApp Image 2021-02-19 at 7.22.56 AM

অৰ্জুন তেণ্ডুলকাৰ। ফটো সৌজন্য: বিচিচিআই।

300
VIEWS
Share on FacebookShare on Twitter

এইবাৰ আইপিএল নীলামৰ বাবে অৰ্জুন তেণ্ডুলকাৰে নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ পাছৰে পৰা ছচিয়েল মিডিয়াত চৰ্চা চলিছিল যে শচীন পুত্ৰক এইবাৰ মুম্বাই ইণ্ডিয়ানছেই দলত ল’ব। সেয়া সত্য পৰিণত কৰিয়েই অৱশেষত অৰ্জুনে মুম্বাই ইণ্ডিয়ানছত যোগ দিলে।

অৰ্জুনৰ মুম্বাই ইণ্ডিয়ানছত যোগদানৰ পাছত বহুতেই ভাৱে যে সম্পূৰ্ণ পৰিকল্পিতভাৱেই শচীন পুত্ৰই আইপিএলত অন্তৰ্ভুক্ত হ’ল।

নীলামৰ একেবাৰে শেষত নাম আছিল অৰ্জুন তেণ্ডুলকাৰৰ। কিন্তু মুম্বাই ইণ্ডিয়ানছে কোটা পূৰ্ণ কৰিবলৈ যেন তেওঁৰ বাবেই অপেক্ষা কৰিছিল।

বাকী ফ্ৰেঞ্চাইজিবোৰে তেওঁলোকৰ কোটা সম্পূৰ্ণ কৰাৰ পাছত বিচিচিআইৰ তৰফলৰ পৰা ফ্ৰেঞ্চাইজিবোৰক ৰেপিড পৰ্যায়ত দলত নিবলৈ আগ্ৰহী ক্ৰিকেটাৰসকলৰ নাম জমা দিবলৈ অনুৰোধ কৰা হয়।

অন্তিম ৰাউণ্ডত অৰ্জুনৰ নাম নীলামৰ বাবে ঘোষণা কৰাৰ সময়ত মুম্বাইৰ কোটা পূৰ্ণ হ’বলৈ আৰু মাত্ৰ এজন ক্ৰিকেটাৰৰ প্ৰয়োজন আছিল।

Cricket in his blood. Refined in the nets. Now ready to take the 22-yards by storm 💙

Welcome home, Arjun Tendulkar!#OneFamily #MumbaiIndians #IPLAuction pic.twitter.com/jncjVF64Lh

— Mumbai Indians (@mipaltan) February 18, 2021

এনে অৱস্থাত মুম্বাইয়ে একমাত্ৰ বিডাৰ হিচাপে ২০লাখ টকাৰ বেচ প্ৰাইচত অৰ্জুন তেণ্ডুলকাৰক দলত অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ ২৫জনৰ কোটা সম্পূৰ্ণ কৰে।

এইদৰে মুম্বাই ইণ্ডিয়ানছত যোগদান কৰিয়েই জুনিয়ৰ তেণ্ডুলকাৰে এক দৃষ্টান্ত গঢ়ি তোলে। প্ৰথমবাৰৰ বাবে আইপিএলত একেটা আইপিএল ফ্ৰেঞ্চাইজিৰ হৈ পিতৃ-পুত্ৰই প্ৰতিনিধিত্ব কৰাৰ দৃষ্টান্ত গঢ়িলে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd