• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰাইদেউত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত আলফা সদস্য আটক; উদ্ধাৰ কিশোৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 25, 2020 10:05 pm

1 min read

চৰাইদেউত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত আলফা সদস্য আটক; উদ্ধাৰ কিশোৰী

আটক হোৱা আলফা সদস্য কেইগৰাকী

1.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত আজি উজনি অসমৰ চৰাইদেউ জিলাত আলফা(স্বা)ৰ নিয়োগ চক্ৰ উৎখাত কৰাৰ লগতে এগৰাকী যুৱতীক উদ্ধাৰ কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই সেনা আৰু আৰক্ষীৰ অভিযানকাৰী দলটোৱে উক্ত চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে অভিযান চলায় এজন আলফা(স্বা)ৰ দুৰ্ধৰ্ষ আলফা সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰি গৰাকী সংযোগ ৰক্ষাকাৰী সদস্য(লিংক মেন)ক আটক কৰে।

আটকাধীন সদস্য কেইগৰাকী বলদেৱ তেলী, অমিত বাৰা, সুমিত বাইগ, আজাদ গোহৰান আৰু বিজয় বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, সেনা আৰু আৰক্ষীৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰা কিশোৰী গৰাকী ৰ’মেন ওৰাং বুলি চিনাক্ত কৰা হয়।

আটকাধীন আলফা সদস্য কেইগৰাকীয়ে অঞ্চলটোত আলফাৰ নতুন সদস্য ভৰ্তিৰ কামৰ সৈতে জড়িত হৈ আছিল বুলি জানিব পৰা গৈছে।

উদ্ধাৰ কৰা কিশোৰী গৰাকীক কিছুদিন পূৰ্বে আলফাত যোগদানৰ বাবে নিয়া হৈছিল। সেনাৰ দলটোৱে কিশোৰী গৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ হাতত গটায় দিয়ে।

অভিযান কালত সেনা আৰু আৰক্ষীৰ দলটোৱে এটা ৭.৬২ এম এম পিষ্টল, ২ ৰাউণ্ড সজীৱ গুলী, মোবাইল ফোন আৰু চিম কাৰ্ড জব্দ কৰে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd