• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলা কেপ্টেইনক চুমা খাই চাকৰি আৰু পেন্সন হেৰুৱালে সেনাৰ মেজৰ জেনেৰেলে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2019 4:47 pm
BIPINRAWAT

সেনা প্ৰধান বিপিন ৰাৱত। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ কনিষ্ঠ মহিলা বিষয়াক বলপূৰ্বক চুমা খোৱাৰ অপৰাধত দোষী সাব্যস্ত হোৱা ভাৰতীয় সেনাৰ এজন মেজৰ জেনেৰেল বৰ্খাস্তৰ সন্মুখীন হৈছে।

বিষয়াজনৰ বিৰুদ্ধে সেনাৰ আদালতত চলি থকা গোচৰটোৰ এই গুৰুত্বপূৰ্ণ ৰায়টো, যিটোত বিষয়াজনক দোষী সাব্যস্ত কৰাৰ লগতে নিলম্বনৰ নিৰ্দেশ দিয়া হৈছিল, যোৱা ২০১৮ চনৰ ২৩ ডিচেম্বৰত প্ৰদান কৰা হৈছিল।

Apply Now

নিয়ম অনুসৰি উক্ত ৰায়টো কাৰ্য্যকৰী হ’বৰ বাবে সেনা প্ৰধানে অনুমোদন কৰিব লগীয়া হয়, যিটো সেনাপ্ৰধান বিপিন ৰাৱতে অলপতে স্বাক্ষৰ কৰি অনুমোদন কৰে।

আজি মেজৰ জেনেৰেলজনক তেওঁৰ বিৰুদ্ধে দিয়া এই ৰায়টোৰ বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰা হয়।

“সেনাপ্ৰধানৰ সিদ্ধান্তটো মেজৰ জেনেৰেলজনক টু কৰ্পছ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল এম জে এছ কাহলনৰ দ্বাৰা আজি জনোৱা হয়”, এ এন আই নামৰ সংবাদ প্ৰতিষ্ঠানটোত এজন সেনাৰ এজন বিষয়াৰ উদ্ধৃতি।

জছৱালক পেন্সনৰ পৰাও বঞ্চিত কৰা হৈছে বুলি জানিব পৰা গৈছে।

দোষী সাব্যস্ত হোৱা জছৱালৰ অধিবক্তাই ৰায়টোক আৰু ইয়াৰ কাৰ্য্যকৰীকৰণক অবৈধ আখ্যা দি কয়, “মেজৰ জেনেৰেলজনক ক’ৰ্ট মাৰ্শ্বালৰ কাৰ্য্যবিৱৰণিটো আজিলৈকে দিয়া নহ’ল। তেওঁৰ ৰিভিউ এপ্লিকেইশ্যনো পৰি আছে। আৰু তৎসত্ত্বেও শাস্তিটো সেনাপ্ৰধান ৰাৱাতৰ দ্বাৰা নিশ্চিত কৰা হ’ল।”

সেনা আদালতৰ কাৰ্য্যবিৱৰণি অনুসৰি, মেজৰ জেনেৰেলজনে নাগালেণ্ডত অসম ৰাইফলছৰ ইন্সপেক্টৰ জেনেৰেল পদত থাকোতে, ২০১৬ চনৰ ১৯ অক্টোবৰত অভিযোগকাৰী মহিলা বিষয়াগৰাকীক নিজৰ আৱাসলৈ বিভাগীয় কামত মাতিছিল।

“বিভাগীয় কাম শেষ হোৱাৰ পিছত তেওঁ কেপ্টেইন মহিলাগৰাকীক বিদায় চুম্বন খুজিছিল আৰু তেওঁৰ গাল আৰু ওঁঠত চুমা দিবলৈ বল প্ৰয়োগ কৰিছিল,” আদালতৰ বিৱৰণিত প্ৰকাশ।

অভিযোগ মতে মহিলা বিষয়াগৰাকীক উক্ত ঘটনাৰ পিছতো সঘনে ফ’ন আৰু মেছেজযোগে হাৰাশাস্তি কৰিছিল জচৱালে।

যোৱা বছৰ ২৩ ডিচেম্বৰত দোষী সাব্যস্ত কৰি দিয়া ৰায়টোৰ পিছতে জছৱালে অভিযোগ অস্বীকাৰ কৰি কৈছিল যে তেওঁ সেনাৰ শীৰ্ষ মহলৰ খামখেয়ালিৰ বলি হৈছে।

জছৱালৰ বিৰুদ্ধে সেনা আইনৰ ৬৯ ধাৰাত বিচাৰ চলোৱা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd