• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেজৰ লিটুল গগৈৰ ওপৰত সেনাৰ শাস্তিমূলক ব্যৱস্থা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 6, 2019 9:43 am

1 min read

major leetul gogoi

মে’জৰ লিতুল গগৈ। ফাইল ছবি।

2.1k
VIEWS
Share on FacebookShare on Twitter

সেনাবাহিনীৰ জীপত এগৰাকী সাধাৰণ লোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা অসমৰ মেজৰ লিটুল গগৈৰ বিৰুদ্ধে সেনাবাহিনীয়ে লৈছে শাস্তিমূলক ব্যৱস্থা।

কাশ্মীৰৰ এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰি তেওঁক শ্ৰীনগৰৰ এখন হোটেলত লগ ধৰা ঘটনা সম্পৰ্কত সেনাবাহিনীয়ে তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁক ৬ মাহৰ বাবে জ্যেষ্ঠতাৰ পৰা অৱনমিত কৰিছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ মে’ মাহত মেজৰ লিটুল গগৈয়ে শ্ৰীনগৰৰ এখন হোটেলত এগৰাকী স্থানীয় যুৱতীৰ সৈতে প্ৰৱেশ কৰিবলৈ বিচাৰোতে বিবাদৰ সৃষ্টি হৈছিল। আৰু সেই সময়তে শ্ৰীনগৰ আৰক্ষীয়ে তেওঁক আটক কৰিছিল।

পিছত সেনাৰ কৰ্ট অৱ এনকুৱাৰীত দোষী সাব্যস্ত হোৱাৰ পিছত দেওবাৰে সেনাবাহিনীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই তেওঁৰ ওপৰত এই শাস্তি বিহে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

Recent News

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

158325653_3651255315098972_1371538705393563669_o

বিশাল সমদলেৰে কাৰাৰুদ্ধ অখিল গগৈৰ মনোনয়ন দাখিল কৰে মাতৃ প্ৰিয়দা গগৈসহ ৰাইজৰ দলৰ নেতৃত্বই

শ্বাহিদ আফ্ৰিদীৰ জীয়েকৰ বিয়াক লৈ ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ, দৰা কোন!

শ্বাহিদ আফ্ৰিদীৰ জীয়েকৰ বিয়াক লৈ ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ, দৰা কোন!

Screenshot_20210308-165841~2

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ দুটা সমষ্টিত মনোনয়ন দাখিল; দুয়োটা সমষ্টিতে জয়ী হোৱাৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd