• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অনভয় নাইকৰ আত্মহত্যাৰ গোচৰত অর্ণৱ গোস্বামীক কিয় গ্ৰেপ্তাৰ কৰিলে মুম্বাই আৰক্ষীয়ে ? জানিবলৈ পঢ়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2020 12:42 pm
2020_11$largeimg_544042407
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে পুৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে।

মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে যে অনভয় নাইক আৰু তেওঁ মাতৃৰ আত্মহত্যাৰ এটা দুবছৰীয়া পুৰণি গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

মুম্বাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ ধাৰাৰ অধীনত আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে।

ৰিপাব্লিক টিভি শুভাৰম্ভ হোৱাৰ এবছৰ পিছত ২০১৮ চনত ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃয়ে আত্মহত্যা কৰিছিল।

অনভয় নাইকে আত্মহ্যতাৰ পূৰ্বে এটা চুইচাইড টোকা লিখি গৈছিল। টোকাটোত তেওঁ উল্লেখ কৰিছিল যে ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামী আৰু অন্য দুজন লোকে তেওঁ পাবলগীয়া ৫.৪০ কোটি টকা আদায় নিদি আত্মহত্যা কৰিবলৈ হেঁচা দিছিল।

ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক ক’ণকৰ্ড ডিজাইন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক আছিল আৰু ৰিপাব্লিক টিভিৰ ইন্টেৰিয়’ৰ ডিজাইনৰ কাম কৰিছিল।

ইয়াৰ বাবদ নাইকে ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামীৰ লগতে অন্য দুজন লোকৰ পৰা ৫.৪০ কোটি টকা পাবলৈ আছিল। সেই বৃহৎ পৰিমাণৰ ধন আদায় নিদি অৰ্ণৱ গোস্বামীসহ দুজন লোকে অনভয় নাইকক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰিছিল বুলি অভিযোগ উত্থাপন উঠিছিল। এই বিষয়ে চুইচাইড নোটছত নাইকে স্পষ্টভাৱে উল্লেখ কৰি গৈছে।

অনভয় নাইক আৰু মাতৃয়ে আত্মহত্যা কৰাৰ পিছত আলিব’গ আৰক্ষী থানাত অৰ্ণৱ গোস্বামীসহ তিনিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

কিন্তু এই গোচৰটো অজ্ঞাত কাৰণত শেষত বন্ধ কৰি দিয়া হয়। ইয়াৰ পিছতে মহাৰাষ্ট্ৰত চৰকাৰ পৰিৱৰ্তন হয়।

এইবাৰ অনভয় নাইকৰ কন্যা আদন্যা নাইকে পিতৃ আৰু আইতাকৰ আত্মহ্যতাৰ ন্যায় বিচাৰি পুনৰ নতুনকৈ এক অভিযোগ দাখিল কৰে মুম্বাই আৰক্ষীৰ ওচৰত। এই অভিযোগৰ ভিত্তিতে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অণিল দেশমুখে আৰক্ষীক গোচৰটো পুনৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ মাজতে অনভয় নাইকৰ পত্নীয়ে এটা ভিডিঅ’ মহাৰাষ্ট্ৰ চৰকাৰৰ ওচৰত অপৰ্ণ কৰে, য’ত নাইকৰ আত্মহত্যাৰ বাবে অৰ্ণৱ গোস্বামীক অভিযুক্ত কৰা হৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰে।

ইফালে গোচৰটো পঞ্জীয়ন কৰি পুনৰ তদন্ত আৰম্ভ কৰাৰ লগে লগে ৰিপাব্লিক টিভিয়ে নাইকক ৯০ শতাংশ ধন আদায় দিয়া বুলি দাবী কৰি বিষয়টো শেষ মীমাংসা কৰিবলৈ লৈছিল বুলি এক বিবৃতি প্ৰকাশ কৰে। ইয়াৰ লগতে ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰো অভিযোগ কৰে ৰিপাব্লিক টিভিএ।

উল্লেখ্য যে শেহতীয়াকৈ ৰিপাব্লিক টিভি আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে টিআৰপি কেলেংকাৰিৰো অভিযোগ উত্থাপন হৈছে, যিটো মম্বাই আৰক্ষীয়ে তদন্ত কৰি আছে।

আনহাতে পালঘৰ গণপ্ৰহাৰ কাণ্ডৰ সময়ত অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰত ধৰ্মীয় আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd