• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আত্মহত্যাৰ বাবে প্ৰৰোচনা গোচৰ : অৰ্ণৱ গোস্বামীক পুনৰ সকাহ প্ৰদান বোম্বে উচ্চ ন্যায়ালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 5, 2021 4:57 pm

2 min read

10-5-1140x570
834
VIEWS
Share on FacebookShare on Twitter

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আকৌ সকাহ প্ৰদান কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে।

শুকুৰবাৰে বোম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ গোচৰটোৰ শুনানিৰ বাবে ৰায়গড় জিলাৰ আলিবাগ দণ্ডাধীশ আদালতত উপস্থিত হোৱাৰ পৰা ৰেহাই প্ৰদান কৰিছে।

বুম্বে উচ্চ ন্যায়ালয়ে সাংবাদিক গোস্বামীক অহা ১৬ এপ্ৰিললৈকে এই ৰেহাই প্ৰদান কৰিছে।

উল্লেখ্য যে ইন্টেৰিঅ’ ডিজাইনাৰ অনভয় নাইকক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা বুলি অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু মহাৰাষ্ট্ৰ আৰক্ষীয়ে উক্ত গোচৰত সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰৈও প্ৰেৰণ কৰিছিল। অৱশ্যে পিছত সৰ্বোচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক জামিন প্ৰদান কৰে।

শুকুৰবাৰে অৰ্ণৱ গোস্বামীৰ অধিবক্তাই প্ৰকাশ কৰা অনুসৰি বোম্বে উচ্চ ন্যায়ালয়ৰ এছ এছ সিন্ধে আৰু মানীষ পিটালেৰ খণ্ড বিচাৰপীঠে অৰ্ণৱ গোস্বামীক উক্ত গোচৰটোৰ বাবে আলিবাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত অহা ১৬ এপ্ৰিললৈকে উপস্থিত হোৱাৰ পৰা হেৰাই প্ৰদান কৰিছে।

উল্লেখ্য যে ইতিমধ্যে ৰায়গড় আৰক্ষীয়ে গোচৰটোৰ চাৰ্জশ্বীট দাখিল কৰিছে আলিবাগ আদালতত। অহা ১০ মাৰ্চত মুম্বাইৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বৰ আলিবাগ আদালতত গোচৰটোৰ শুনানি আছে।

উক্ত গোচৰটোক প্ৰত্যাহ্বান জনায় অৰ্ণৱ গোস্বামীয়ে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়। আৰু শুকুৰবাৰে বোম্বে উচ্চ ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি অৰ্ণৱ গোস্বামীক অহা ১৬ এপ্ৰিললৈকে এইদৰে সকাহ প্ৰদান কৰিছে।

Recent News

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd