• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ : পৰীক্ষাত গ’ম পালে শৰীৰতেই উৎপন্ন হয় সুৰা  

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 25, 2024 9:25 pm
511
VIEWS
Share on FacebookShare on Twitter

বেলজিয়ামৰ এজন লোকক অট’ ব্ৰুৱেৰী ​​চিনড্ৰম (ABS) নামৰ বিৰল অৱস্থাত ভুগি থকাৰ বাবে মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগৰ পৰা মুক্ত কৰা হৈছে। তেওঁৰ অধিবক্তাই এই তথ্য নিশ্চিত কৰিছে।

অটো-ব্ৰুৱেৰী ​​চিনড্ৰম (ABS) হৈছে এক অতি বিৰল ৰোগ, এনে ৰোগত আক্ৰান্ত ব্যক্তিৰ শৰীৰে নিজাববীয়াকৈ ‘এলক’হল’ উৎপাদন কৰিব পাৰে। আক্ৰান্ত ব্যক্তিৰ আন্ত্ৰিক অংশত থকা কাৰ্বহাইড্ৰেট এক প্ৰক্ৰিয়াৰ দ্বাৰা ইথানললৈ পৰিণত হয়, যাৰ ফলত শৰীৰৰ ভিতৰত এলক’হলৰ সৃষ্টি হয়।

সোমবাৰে লোকজনৰ অধিবক্তা এন্সে গেস্কিয়েৰে কয় যে তিনিজন চিকিৎসকে তেওঁক পৰীক্ষা কৰি নিশ্চিত কৰিছে যে তেওঁৰ অট’ ব্ৰুৱেৰী ​​চিনড্ৰম আছে। স্থানীয় ন্যায়িক পদ্ধতি অনুসৰি তেওঁৰ মদ্যপানৰ কোনো লক্ষণ নাছিল।

বেলজিয়ামৰ চিকিৎসালয় এ জে ডি চেণ্ট-লুকৰ ক্লিনিকেল বায়’লজিষ্ট লিজা ফ্লৰিনে কয় যে এনে ৰোগীয়ে মদৰ দৰে একে ধৰণৰ এলক’হল উৎপন্ন কৰে যদিও সাধাৰণতে নিচাৰ প্ৰভাৱ কমকৈ অনুভৱ হয়।

জন্মতে অট’ ব্ৰুৱেৰী ​​চিনড্ৰম ৰোগত আক্ৰান্ত নহ’লেও এই ৰোগ হ’ব পাৰে।

Recent News

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd