• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰিমগঞ্জত থানাৰ লকআপৰ ভিতৰত আচামীৰ মৃত্যু; আৰক্ষীৰ মতে “আত্মহত্যা”; পৰিয়ালৰ মতে “হত্যাকাণ্ড”

গেঞ্জীৰে শৌচালয়ত চিপ লৈ আত্মহত্যা কৰা বুলি আৰক্ষীৰ অবিশ্বাসযোগ্য দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2019 7:07 am
Bappa Das
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৰ থানাৰ লকআপৰ ভিতৰতে বাপ্পা দাস নামৰ এজন আটকাধীন ব্যক্তিৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে ব্যক্তিজনে নিজৰ গেঞ্জীৰে শৌচালয়ত চিপ লৈ আত্মহত্যা কৰা বুলি দাবী কৰিছে যদিও মৃত দাসৰ পৰিয়ালে ইয়াক হত্যাকাণ্ড বুলি অভিহিত কৰিছে।

Apply Now

আৰক্ষীৰ ভাষ্য সন্দেহৰ আৱৰ্তত এইবাবেই যে গেঞ্জীৰে মানুহ এজন চিপ লোৱাটো সম্ভৱ হয় নে নহয় সেয়া চিন্তনীয়।

ৰিক্সাৰ বেটেৰি চোৰ কৰাৰ অভিযোগত ১৯ বছৰীয়া বাপ্পা দাসক আজি দুপৰীয়া ১২ বজাত কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে আটক কৰি থানালৈ নিছিল।

উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰুকায়স্থয়ো ঘটনাৰ বুজ ল’বলৈ গৈ ক্ষুব্ধ হৈ পৰে। বিধায়কজনে থানাখনৰ অ’ চি উৎপল বৰাক প্ৰশ্ন কৰে, “গেঞ্জীৰে কেনেদৰে চিপ লোৱা সম্ভৱ। আপুনি এনেদৰে অযুক্তিকৰ কথা কিয় কৈছে?”

আনহাতে পৰিয়াল আৰু স্থানীয় লোকৰ অভিযোগ, বাপ্পাক আটক কৰি অনাৰ সময়ত আৰক্ষীয়ে মাটিত পেলাই ভৰিৰে গুৰিয়াই গুৰিয়াই মাৰিছিল আৰু লগতে শকত লাঠীৰে কোবাইছিল।

বাপ্পাৰ এই ৰহস্যজনক মৃত্যুত মৰ্মাহত হৈ পৰিছে পিতৃ-মাতৃ আৰু ককায়েক। মাকে পুত্ৰশোকত চিকিৎলয়ত এক প্ৰকাৰৰ উন্মাদৰ দৰে আচৰণ কৰে।

বিধায়ক পুৰকায়স্থই অ’ চিজনৰ ওপৰত অভিযোগ আৰোপ কৰি নৰ্থ-ইষ্ট নাওৰ আগত কয় যে যোৱা কেইমাহ ধৰি থানাখনত কিবা নহয় কিবা সংঘটিত হৈ আহিছে।

“গেঞ্জীৰে চিপ লোৱা কেনেকৈ সম্ভৱ? যদি আত্মহত্যাও হয়, তেন্তেও আৰক্ষী ইয়াৰ বাৱে জগৰীয়া।”

বিধায়কজনে লগতে কয়, ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই কেৱল ক’ৰ পৰা কেনেকৈ টকা আদায় কৰা যায়, তাৰ চিন্তাতে ব্যস্ত থাকে। ঘটনাটোৰ উচিত তদন্ত দাবী কৰিছে পৰিয়াল আৰু বিধায়কগৰাকীয়ে।

আনপিনে স্থানীয় লোকসকলেও অভিযোগ কৰে, সৰভাগ সময় নিজৰ কোৱাৰ্টাৰতে বহি কটায় অ’ চি বৰা। যোৱা তিনিদিন পূৰ্বে গৰুৰ অবৈধ বজাৰৰ পৰা লৈ অহা গৰু ৰাইজে আবদ্ধ কৰি লৈ অ’চিৰ ভূমিকাক লৈ ব্যাপক ক্ষোভ ব্যক্ত কৰিছিল। ক্ষুদ্ধ ৰাইজে ৰাজপথত এক প্ৰকাৰৰ অপদস্থই কৰিছিল বিষয়াজনক। জানিব পাৰা মতে, আজিৰ এই ঘটনাৰ সময়তো অ’ চিসহ আন আন বিষয়া অনুপস্থিত আছিল থানাখনত।

ঘটনাৰ পিছত কৰ্তব্যত হেমাহিৰ বাৱে থানাৰ চিৰস্তাদাৰ বীৰুমণি সিং আৰু কনিষ্টবল ৰূপা দাসক সাময়িক বৰ্খাস্ত কৰা হৈছে যদিও আত্মহত্যাৰ ৰূপ দি অ’ চিয়ে গা সাৰিবৰ চেষ্টা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd