DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“জম্মু-কাশ্মীৰ ধ্বংসৰ বিৰুদ্ধে আৰু সংবিধান ৰক্ষাৰ্থে” চাৰি কমিউনিষ্ট দলৰ প্ৰতিবাদ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 7, 2019 9:32 pm
Article 370: CPI-M protests in Guwahati

Activists of Left parties taking out a protest rally against the government's resolution to revoke Article 370 in Jammu and Kashmir state, in Guwahati on 07-08-19.pix by ub photos

1.5k
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰ সম্পৰ্কীয় সংবিধানৰ ৩৭০নং প্ৰবন্ধ “বাতিল” আৰু তৎপৰৱৰ্তী পৰিস্থিতিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰক জগৰীয়া কৰি গুৱাহাটীত বুধবাৰে ভাৰতৰ চাৰিটা কমিউনিষ্ট দলে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

জম্মু-কাশ্মীৰক “ধ্বংস কৰাৰ বিৰুদ্ধে আৰু সংবিধান ৰক্ষাৰ্থে” প্ৰতিবাদী সমদল বাহিৰ কৰা কমিউনিষ্ট দলকেইটা হৈছে চি পি আই, চি পি আই-এম, চি পি আই-এম এল আৰু আৰ চি পি আই।

প্ৰতিবাদত ভাগ লোৱা চি পি আই-এমৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্য্যই কয় যে কেন্দ্ৰত বিজেপিয়ে স্বৈৰাচাৰী শাসন চলাইছে।

“যাৰ ফলত এতিয়া কাশ্মীৰ অশান্ত হৈ পৰিছে। ইণ্টাৰনেট সেৱা বন্ধ, কাশ্মীৰী নেতাক জে’লত থৈ স্বৈৰাচাৰী শাসন চলাইছে। হাজাৰ হাজাৰ সেনা মোতায়েন কৰি গণহত্যা কৰিব খুজিছে বিজেপি চৰকাৰে,” ভট্টাচাৰ্য্যই কয়৷

অনাগত সময়তো বিজেপিৰ প্ৰতিটো “স্বৈৰাচাৰী, একনায়কত্ববাদী শাসন”ৰ প্ৰতিবাদ কৰি যাম বুলিও ভট্টাচাৰ্য্যই জনায়।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd