• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফিল্মফেয়াৰ চলি থকাৰ মাজতে কিয় আটক হ’ল মানস ৰবীন?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 16, 2020 2:32 pm
86363160_1733179486825321_1940013749528166400_o
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২০ চলি থকাৰ মাজতে বৰঝাৰ বিমান বন্দৰৰ পৰা কালি নিশা আটক হ’ল কন্ঠশিল্পী মানস ৰবীন।

কালি নিশা প্ৰায় ১০ বজাত আজাৰা আৰক্ষীয়ে কন্ঠশিল্পীজনক বৰঝাৰ বিমান বন্দৰৰ পৰা অন্য ১০ গৰাকী সহযোগীৰ সৈতে আটক কৰে।

Apply Now

সহকাৰী আৰক্ষী আয়ুক্ত প্ৰাঞ্জল বৰাৰ নেতৃত্বত আজাৰা আৰক্ষীৰ এটা দলে শিল্পীজনক আটক কৰি সোধ-পোচৰ বাবে আজাৰা আৰক্ষী চকীলৈ লৈ যায়।

ফিল্মফেয়াৰ এৱাৰ্ডৰ বৰ্ণাঢ্য অনুষ্ঠান চলি থকা স্বত্তেও শিল্পীগৰাকীয়ে সেই অনুষ্ঠানত উপস্থিত নাথাকি লগত ১০ গৰাকী সহযোগীক লৈ নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰিছিল।

হাতে হাতে বিভিন্ন ধৰণ প্লে কাৰ্ড লৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছিল য’ত’ লিখা আছিল ‘Dear Sir Akshay Kumar, we Love You, Dear Medam Madhuri We Love You So Much’।

কিন্তু তেনেদৰে লিখি মৌন প্ৰতিবাদ সাব্যস্ত কৰাটোৱেই যেন তেওঁলোকৰ অপৰাধ আছিল যাৰ বাবে আটাইকেইগৰাকীয়ে আৰক্ষীয়ে আটক কৰি লৈ যায়।

86289944_1733179843491952_5561363584618856448_o
নিশা আজাৰা আৰক্ষী থানাত অন্যান্য সকলৰ সৈতে মানস ৰবীন।

বলীউদৰ তাৰকাক বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাই এই প্ৰতিবাদ সাব্যস্ত কৰিছিল মানস ৰবীনে।

‘CAA ৰ বিৰুদ্ধে যিখন সংগ্ৰাম চলি আছে অসমত সেই বিষয়ে বলিউদৰ শিল্পীসকল অৱগত হৈ যাওঁক বুলি আমি এই মৌন প্ৰতিবাদ কৰিছো। আমি তেওঁলোকক ভাল পাওঁ, গতিকে তেওঁলোকেও CAA বিৰোধিতা কৰি অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত মাত মাতক।‘ মৌন প্ৰতিবাদ চলি থকাৰ সময়তে সংবাদ মাধ্যমৰ আগত এইদৰে কয় শিল্পীগৰাকীয়ে।

তেওঁ আৰু কয়, ‘বলীউডৰ শিল্পীসকলে কেৱল ৰঙা নীলা লাইট দেখি গ’লেই নহ’ব। অসমৰ পৰা সঁচা খবৰ এটাও তেওঁলোকে লৈ যাওঁক, কিজানিবা কোনোবা এজনে মাত এষাৰ মাতেই। আমি তেওঁলোকক অনুৰোধ জনাবলৈ আহিছো। অসম চৰকাৰে যিদৰে ফিল্মফেয়াৰৰ জৰিয়তে পৰ্যটক অহাটো বিচাৰিছে সেই একেদৰে আমিও বিচাৰিছো আমাৰ মনৰ কথাখিনি তেওঁলোকে লৈ গৈ ভাৰতবৰ্ষত বিলাই দিয়ক।‘

অৱশ্যে গোটেই নিশাটো আজাৰা আৰক্ষী থানাতে ৰখাই পুৱা প্ৰায় ৫ মান বজাত যাবলৈ দিয়ে কন্ঠশিল্পীগৰাকীক।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd