• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

মেঘালয় বিজেপিত খহনীয়াৰ পিছত অৰুণাচলতো বিজেপিৰ সাধাৰণ সম্পাদকৰ দলত্যাগ

বিজেপিক ভোট নিদিবলৈ ছ’চিয়েল মিডিয়াত চলিছে মুকলি আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2019 7:11 pm
Jarpam Gamlin

আজি বিজেপি ত্যাগ কৰা ৰাজ্যিক সাধাৰণ সম্পাদক জাৰপাম গামলিন। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত বিজেপিৰ ৩জনকৈ নেতাই সমৰ্থকসহ দলত্যাগ কৰাৰ এদিন পিছতে একে ধৰণৰ এটা আঘাত অৰুণাচল প্ৰদেশ বিজেপিৰ মূৰতো পৰে। লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনমুখী অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাধাৰণ সম্পাদক জাৰপাম গামলিনে আজি দলত্যাগ কৰে।

জাৰপাম গামলিন অসন্তুষ্ট আছিল আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে কালি প্ৰকাশ পোৱা দলৰ প্ৰাৰ্থী তালিকাক লৈ। ২৭ নং লিৰ’ম’বা সমষ্টিৰ পৰা দলৰ টিকট আশা কৰিছিল জাৰপামে। কিন্তু তেওঁৰ পৰিৱৰ্তে দলে সমষ্টিটোত ন্যমাৰ কৰবাককহে টিকট দিয়ে।

Apply Now
Jarpam Gamlin letter
গামলিনৰ পদত্যাগপত্ৰখন।

“মই ২০১৯-অৰ নিৰ্বাচনক লক্ষ্য কৰি ২৭ নং লিৰ’ম’বা সমষ্টিৰ ৰাইজৰ লগত থাকি কাম কৰি আহিছো প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে। দলেও এই সম্পৰ্কে অৱগত। কিন্তু দলে ঘোষণা কৰা প্ৰাৰ্থী তালিকা মোৰ সপক্ষে নগ’ল।… মই মোৰ ওপৰত বিশ্বাস ৰখা সমৰ্থকসকলক হতাশ কৰিব নোৱাৰো”, ৰাজ্যিক সভাপতি তাপিৰ গাওলৈ নিজৰ পদত্যাগ পত্ৰত এইদৰে লিখে জাৰপাম গামলিনে।

জাৰপামে নিজৰ দলত্যাগৰ বিষয়ে ফেচবুকত এটা পোষ্ট দি বহুকেইজন সতীৰ্থক তেওঁলোকৰ পৰা পোৱা সহযোগিতা, সমৰ্থনৰ বাবে ধন্যবাদ দিয়ে। “মই মোৰ আটাইতকৈ প্ৰিয় দলটো ত্যাগ কৰিলো”, নিজৰ দুখ প্ৰকাশ কৰি জাৰপামে পোষ্টটোত কয়।

উল্লেখযোগ্য যে ৰাজ্যখনত অহা ১১ এপ্ৰিলত হ’ব লগীয়া বিধানসভাৰ নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত দলটোৰ প্ৰাৰ্থী তালিকাক লৈ প্ৰবল আপত্তিয়ে গা কৰি উঠিছে।

ইপিনে কিৰেন ৰিজিজু আৰু বিজেপিৰ বিৰুদ্ধে মুকলি অসন্তুষ্টি ৰাজ্যখনৰ অৰাজনৈতিক জনাংশৰ মাজতো দেখা গৈছে। ছ’চিয়েল মিডিয়াত বিজেপিক ভোট নিদিবলৈ মুকলি আহ্বান কৰা দেখা গৈছে। চাকমা শৰণাৰ্থীক অৰুণাচলৰ নাগৰিকৰ মৰ্য্যাদা দিয়া প্ৰচেষ্টা, ৬টা জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰচেষ্টা আদিকে ধৰি চৰকাৰৰ কেইবাটাও খিলঞ্জীয়া বিৰোধী ইচ্ছ্যুৱে এইবাৰ নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Arunachal Pradesh Social user
ছ’চিয়েল মিডিয়াত য়ুজাৰৰ এটা পোষ্ট।
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd