• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

এবছৰৰ বাবে অৰুণাচলৰ মুখ্য মন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী, বিধায়কৰ দৰমহা ৩০ শতাংশ কৰ্তন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 10, 2020 10:19 pm

1 min read

CM-Khandu

পেমা খাণ্ডু

641
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী, উপ-মুখ্য মন্ত্ৰী বিধান সভাৰ অধ্যক্ষকে ধৰি সকলো মন্ত্ৰী তথা বিধায়কৰ দৰমহা এবছৰলৈ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অৰুণাচল প্ৰদেশ কেবিনেটে।

শুকুৰবাৰে অৰুণাচল প্ৰদেশ কেবিনেটে বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত অৰুণাচলৰ সকলো মন্ত্ৰী, বিধায়কৰ দৰমহা ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা ২০২১ চনৰ ৩১ মাৰ্চলৈ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হয়।

মন্ত্ৰী আৰু বিধায়কসকলৰ দৰমহাৰ পৰা কৰ্তন কৰা এই টকা ক’ৰ’না ভাইৰাছৰ চিকিৎসাত ব্যৱহাৰ কৰা হ’ব।

আনহাতে, মুখ্য মন্ত্ৰী খাণ্ডুৱে মহামাৰীৰ ফলত ৰাজ্যখনৰ হ’ব পৰা অৰ্থনৈতিক ক্ষতি সম্বন্ধেও বৈঠকত পৰ্যালোচনা কৰে।

উল্লেখযোগ্য যে, অলপতে কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি দেশৰ সকলো সাংসদৰ দৰমহা এবছৰলৈ ৩০ শতাংশ কৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল।

অসম আৰু ত্ৰিপুৰা চৰকাৰেও ইতিমধ্যে সকলো মন্ত্ৰী আৰু বিধায়কৰ দৰমহা ৩০ শতাংশ কৰ্তন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Tags: COVID-19

Recent News

index.jpgnm

নিশা শুৱালকুছিত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়ীৰ বাহন : সম্পূৰ্ণৰূপে ভস্মীভূত বিলাসী বাহনখন

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd