• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

নিৰাপত্তাহীনতা আৰু জলপৃষ্ঠ বৃদ্ধিৰ বাবে চালকে সাময়িকভাৱে এৰি যোৱা বাহনৰ পৰা সামগ্ৰী চুৰি, দুৰ্যোগৰ সময়ত এনে কাৰ্যৰ বিৰুদ্ধে ভুক্তভোগীৰ ক্ষোভ, প্ৰশাসনক কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2026 10:06 am
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ হোজ-পোটিন পথত ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা জৰুৰীকালীন পৰিস্থিতিৰ মাজতে আৱদ্ধ হৈ থকা বাণিজ্যিক বাহনসমূহৰ পৰা একাংশ দুৰ্বৃত্তই সামগ্ৰী লুটপাত আৰু চুৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত পথ অৱৰোধ হোৱা আৰু প্ৰতিকূল বতৰৰ বাবে আৱদ্ধ হৈ পৰা বাণিজ্যিক বাহনসমূহৰ গৰাকীসকলে এই অভিযোগ উতথাপন কৰিছে।

ভুক্তভোগী বাহনৰ গৰাকীসকলে জানিবলৈ দিয়া মতে, ভূমিস্খলনৰ ফলত হোৱা পথ অৱৰোধ আৰু নিৰাপত্তাহীন পৰিৱেশৰ লগতে একাংশ স্থানত হঠাতে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে চালক তথা অপাৰেটৰসকলে সাময়িকভাৱে উক্ত স্থান ত্যাগ কৰিবলৈ বাধ্য হৈছিল। এনেদৰে নিৰাপত্তাহীন অৱস্থাত পথত এৰি যোৱা বাহনসমূহৰ পৰাই অচিনাক্ত দুৰ্বৃত্তই বিভিন্ন সামগ্ৰী আৰু যন্ত্ৰাংশ খুলি লৈ যায়। দুৰ্যোগৰ এনে এক ভয়াৱহ পৰিস্থিতিৰ সুযোগ লৈ আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ কাঢ়ি নিয়া কাৰ্যত ভুক্তভোগীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

Apply Now

এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি ক্ষতিগ্ৰস্ত লোকসকলে সংকটৰ সময়ত জনসাধাৰণক শালীনতা, সংযম আৰু মানৱীয় আচৰণ বজাই ৰাখিবলৈ আহ্বান জনাইছে। দুৰ্যোগৰ সময়ত এনে অবৈধ কাৰ্যই সাহায্য আৰু উদ্ধাৰ প্ৰচেষ্টাত যাতে কোনো ধৰণৰ ব্যাঘাত জন্মাব নোৱাৰে, তাৰ প্ৰতি সকলোৱে সচেতন হোৱাটো প্ৰয়োজন বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।

আৱদ্ধ হৈ থকা বাহনসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু অধিক লোকচান প্ৰতিৰোধ কৰিবলৈ ভুক্তভোগী গৰাকীসকলে বৰ্তমান কৰ্তৃপক্ষক জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। দুৰ্যোগপীড়িত অঞ্চলসমূহত নিৰাপত্তা আৰু তদাৰকী বৃদ্ধি কৰিবলৈ তেওঁলোকে প্ৰশাসনলৈ আহ্বান জনাইছে যাতে দুৰ্বৃত্তই এনে পৰিস্থিতিৰ পুনৰ সুযোগ ল‘ব নোৱাৰে। অৱশ্যে বৰ্তমানলৈকে প্ৰশাসন বা আৰক্ষীৰ তৰফৰ পৰা এই লুটপাতৰ অভিযোগ সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd