• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত-ম্যানমাৰ সীমান্তত এনএচচিএন(খাপলাং-য়ুং আং)ৰে সংঘৰ্ষ : এগৰাকী জোৱান ছহিদ, আহত ২

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
May 22, 2021 8:56 pm
Changlang-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-ম্যানমাৰৰ সীমান্তত নগা বিদ্ৰোহী সংগঠনেৰে হোৱা এক সংঘৰ্ষত আছাম ৰাইফলছৰ এগৰাকী জোৱান ছহিদ হোৱাৰ লগতে অন্য দুগৰাকী জোৱান আহত হৈছে।

নিৰাপত্তা সংস্থাসমূহৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগৰ আৰু অৰুণাচল প্ৰদেশৰ নামপং ৰাজহ চক্ৰৰ লংভি গাঁৱৰ পৰা ৮-৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত ১৭২ নং সীমান্তৰ চকীৰ অন্তৰ্গত এলেকাত এনএচচিএন(খাপলাং- য়ুং আং) গোটে অভিযানকাৰী আছাম ৰাইফলছৰ এটা দলৰ ওপৰত অতৰ্কিতে গুলীবৰ্ষণ কৰাৰ ফলতে এই সংঘৰ্ষৰ সূত্ৰপাত হয়।

Apply Now

বিদ্ৰোহী গোটৰ অতৰ্কিত গুলীবৰ্ষণত আছাম ৰাইফলছৰ ৰাইফলমেন অৱতাৰ চাকমা ছহিদ হোৱাৰ লগতে ৰাইফলমেন বাবলু আৰু ৰাইফলমেন বলদেৱ আহত হৈছে।

ইতিমধ্যে আহত দুই জোৱানক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰি সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত দুয়োজন ৰাইফলমেনৰ অৱস্থা সংকটমুক্ত বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে।

নিৰাপত্তা সংস্থাসমূহৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিদ্ৰোহী সংগঠন এনএচচিএন(খাপলাং-য়ুং আং)ৰ কামাণ্ডাৰ এচএচ মেজৰ মাকাম হাচেঙৰ নেতৃত্বত এটা দলে আছাম ৰাইফলছৰ অভিযানকাৰী দলটোৰ ওপৰত এম্বুশ চলায়।

ইফালে সংঘৰ্ষস্থলীৰ পৰা অভিযানকাৰী দলটোৱে প্ৰায় ১০ লাখৰ টকাৰ বৃহৎ পৰিমাণৰ হিৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

চাংলাং জিলাৰ আৰক্ষী অধীক্ষক মিহিন গাম্ব’ৱে গোটেই দিনটো বিদ্ৰোহী গোটটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে বুলি মন্তব্য কৰি অভিযানৰ সবিশেষ তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে।

উল্লেখ্য যে যোৱা অক্টোবৰতো ভাৰত-ম্যানমাৰ সীমান্তৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মানমাও পথৰ চেনমৌ গাঁৱত নগা বিদ্ৰোহী গোটৰ সৈতে হোৱা এক সংঘৰ্ষত ১৯ আছাম ৰাইফলছৰ দুগৰাকী জোৱান ছহিদ হোৱাৰ লগতে কেবাজনো জোৱান আহত হৈছিল।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd