• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৰ্ভৱতী হ’বলৈ ভাৰতৰ এইখন গাঁৱৰ পুৰুষৰ ওচৰলৈ আহে বিদেশৰ মহিলা। কিন্তু কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2023 6:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে। ভাৰতৰ বিভিন্ন প্ৰান্তত যুগ যুগ ধৰি চলি অহা বহু নিয়ম-নীতি আছে। ঠিক তেনেকৈ ভাৰতৰ এখন গাঁও, য’ত বিদেশী মহিলাই সন্তান লাভৰ বাবে সেই গাঁওখনৰ স্থানীয় পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহে।

ভাৰতৰ বিভিন্ন স্থান ভ্ৰমণ কৰিবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ বিদেশী নাগৰিক আহে। কিন্তু ভাৰতৰ এনে এখন গাঁও আছে য’ত আধুনিক সভ্যতাৰ পোহৰ এতিয়াও পৰা নাই। কিন্তু সেইখন গাঁৱলৈ বহু বিদেশী মহিলাই যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহে। কাৰ্গিলৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগৰ লাডাখত অৱস্থিত এই গাঁওখন। 

Apply Now

বুৰঞ্জীৰ মতে, পুৰুৰ হাতত পৰাস্ত হৈ মহান আলেকজেণ্ডাৰ যেতিয়া উভতি গৈছিল, তেতিয়া তেওঁৰ সৈন্যবাহিনীৰ কিছু অংশ এই গাঁৱতে থাকি গ’ল। পিছলৈ এই গাঁৱত বসবাস কৰা লোকসকলক ব্ৰকোপা জনগোষ্ঠীৰ সদস্য বুলি জনা গৈছিল। তেওঁলোকক আলেকজেণ্ডাৰৰ বংশধৰ বুলি গণ্য কৰা হয়। আৰু সেইবাবেই এই গাঁওখনৰ নাম আৰ্য উপত্যকা বা আৰ্য ভেলী হৈ পৰিল।

আমি সকলোৱে আলেকজেণ্ডাৰৰ সাহস আৰু শক্তিৰ বিষয়ে জানো। আলেকজেণ্ডাৰ দ্য গ্ৰেট আছিল এজন ওখ, পুৰুষসুলভ, চফল পুৰুষ। তেওঁৰ চেহেৰা আছিল গোল আৰু ৰঙীন, জোঙা আছিল নাক, সোণালী আছিল চুলি আৰু চকু নীলা আছিল । 

ইউৰোপৰ পৰা অহা মহিলাসকলেও বিশ্বাস কৰিছিল যে তেওঁৰ সাহসী সৈন্যসকলৰ শৰীৰতো আলেকজেণ্ডাৰৰ দৰে একে তেজ বৈ আছে। সেয়েহে মহান আলেকজেণ্ডাৰৰ দৰে সন্তান জন্ম দিয়াৰ আশাত ইউৰোপীয় মহিলাসকল এই গাঁওখনলৈ আহিছিল। 

কাৰণ তেওঁলোকৰ বিশ্বাস যে যদি তেওঁলোকে ইয়াৰ পুৰুষসকলৰ লগত সংগম কৰে তেন্তে তেওঁলোকৰ সন্তান আলেকজেণ্ডাৰৰ দৰে হ’ব। যেতিয়া ইউৰোপীয়ান মহিলাসকলে এই গাঁৱৰ পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰি গৰ্ভৱতী হয় তেতিয়া তেওঁলোক বিনাচৰ্তে পুনৰ নিজৰ দেশলৈ উভতি যায়।

উল্লেখ্য যে আৰ্য ভেলী নামৰ এই অঞ্চলটো পাঁচখন গাঁও মিলি গঠিত হৈছে। এই পাঁচখন গাঁৱৰ সমাহাৰক আৰ্য ভেলী বুলি জনা যায়। এই অঞ্চলটোত সম্প্ৰতি আৰ্য জনগোষ্ঠীৰ ২০০০ৰো অধিক লোক বসবাস কৰে। 

আমাৰ তুলনাত এই জনগোষ্ঠীটোৰ সাজ-পোছাক আৰু খোৱা-বোৱাৰ ধৰণ বেলেগ। আজি কিছু বছৰৰ পৰা অঞ্চলটোত বিদেশী আহি যৌন সম্পৰ্ক স্থাপন কৰাটো এটা ব্যৱসায়ত পৰিণত হৈছে। ক্ৰমাৎ এই অঞ্চলৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। যাৰ বাবে লাডাখৰ এই উপত্যকাৰ আশে-পাশে পৰ্যটনৰো বিকাশ ঘটিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd