• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Manchester United in IPL আইপিএলত প্ৰৱেশ কৰিব ৰোনাল্ডোৰ মাঞ্চেষ্টাৰ ইউনাইটেডে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2021 4:25 pm
Manchester to IPL
262
VIEWS
Share on FacebookShare on Twitter

Manchester United in IPL বিশ্বৰ শ্ৰেষ্ঠ ফুটবল দলসমূহৰ ভিতৰত অন্যতম মাঞ্চেষ্টাৰ ইউনাইটেড। এই দলৰ তাৰকা খেলুৱৈ ক্ৰিশ্চিয়ানো ৰোনাল্ডো সাম্প্ৰতিক সময়ত আটাইতকৈ জনপ্ৰিয় ফুটবলাৰ।

ক্ৰিশ্চিয়ানো ৰোনাল্ডোৰ এই দলটোৰ মালিক হ’ল গ্লেজাৰ পৰিয়াল। তেওঁলোকে এইবাৰ আইপিএলত দল ক্ৰয় কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। নতুন দলৰ বাবে তেওঁলোকে বিড সংগ্ৰহো কৰিছে।

আইপিএলৰ নতুন দল ক্ৰয়ৰ বিড সংগ্ৰহ কৰাৰ অন্তিম তাৰিখ আছিল ২০ অক্টোবৰ। বাতৰি অনুসৰি, মাঞ্চেষ্টাৰ ইউনাইটেডৰ মালিকে এইবাৰ ভাৰতৰ জনপ্ৰিয় টী-২০ লীগৰ অংশ হ’ব বিচাৰিছে।

বিচিচিআইয়ে ইতিমধ্যে কেনে ধৰণৰ সংস্থাই বিড দাখিল কৰিব পাৰে তাক লৈ বহু নিয়ম প্ৰস্তুত কৰিছে।

সেই অনুসৰি, কোনো সংস্থাই দল ক্ৰয় কৰিব বিচাৰিলে তেওঁলোকৰ তিনি হাজাৰ কোটি টকাৰ বাৰ্ষিক লেনদেন থাকিব লাগিব।

আনহাতে, কোনো ব্যক্তিয়ে দল ক্ৰয় কৰিব বিচাৰিলে তেওঁৰ কমেও আঢ়ৈ হাজাৰ কোটি টকাৰ সম্পত্তি থাকিব লাগিব।

একেদৰে কোনো বিদেশী সংস্থাই আইপিএলৰ দল কিনিব পাৰিব যদিও তেওঁলোকে ভাৰতত ব্যৱসায় আৰম্ভ কৰিব লাগিব।

এইবাৰ নতুন দল ক্ৰয় কৰাৰ বাবে মানচেষ্টাৰ ইউনাইটেডৰ উপৰি বিড সংগ্ৰহ কৰিছে আদানী গ্ৰুপ, টৰেন্ট ফাৰ্মা, অৰবিন্দ ফাৰ্মা, আৰপি-সঞ্জীৱ গোয়েংকা গ্ৰুপ আৰু হিন্দুস্তান টাইমছ মিডিয়াইয়ো।

ইপিনে, গুৱাহাটী, লক্ষ্ণৌ, কটক, আহমেদাবাদ, ইন্দোৰ আৰু ধৰ্মশালাৰ মাজৰ যিকোনো দুখন চহৰৰ পৰা আইপিএলৰ নতুন দল আহিব পাৰে বুলি চৰ্চা চলিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd