• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী : পাঁচদিনলৈ ৰাজ্যত নেৰানেপেৰা বৰষুণ; ধেমাজি, যোৰহাটত জলমগ্ন বহুকেইখন গাওঁ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2019 7:38 am
Rain Fall

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ উৎস-ইণ্টাৰনেট

2.2k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হোৱা প্ৰৱল বৃষ্টিপাত আগন্তুক পাঁচদিনলৈ ৰাজ্যখনত অব্যাহত থকাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কতাত প্ৰকাশ পাইছে।

ঝাৰখণ্ডত থকা বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ বিভিন্ন জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি জাৰি কৰিছে হালধীয়া, কমলা আৰু ৰঙাৰঙী সতৰ্কতা।

অসমৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই ১০ জুলাইত ৰঙাৰঙী সতৰ্কতা জাৰি কৰিছে। উক্ত দিনত জিলাদুখনত প্ৰৱল বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান ৰিপোৰ্টত প্ৰকাশ পাইছে।

আনহাতে,বাক্সা জিলাত কমলাৰঙী সতৰ্কতা আৰু ধুবুৰী, বঙাইগাঁও, নলবাৰী, বৰপেটা, ধেমাজি, বিশ্বনাথ, তিনিচুকীয়া, চৰাইদেউ আদিকে ধৰি আন কেইবাখনো জিলাত হালধীয়া ৰঙী সতৰ্কতা জাৰি কৰা হৈছে।

উল্লেখযোগ্য যে, মঙলবাৰৰ পৰা ৰাজ্যখনত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবে ইতিমধ্যে ধেমাজি আৰু যোৰহাট জিলাত বহুকেইখন গাঁও জলমগ্ন হৈ পৰিছে।

ৰাজ্যখনৰ মুখ্য মুখ্য নদী সমূহৰ জলপৃষ্ঠ ইতিমধ্যে বৃদ্ধি পাইছে। জিলা প্ৰশাসনে সকলো বিষয়া, কৰ্মচাৰীক প্ৰতি মহুৰ্ততে সজাগ হৈ থকাৰ বাবে নিৰ্দেশ দিছে।

ইতিমধ্যে প্ৰায় ২০০০০ লোক বানপানীৰ কৱলত পৰা বুলি সূত্ৰৰ পৰা লাভ কৰা খবৰত প্ৰকাশ পাইছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd