• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত অসম ভাওনা সমাৰোহ: ১৫০০০ হাজাৰ দৰ্শকে একেলগে দৰ্শন কৰিব পাৰিব ভাওনা

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
January 18, 2020 4:36 pm
20200118_144702

ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ অৰ্থাৎ দেওবাৰৰ পৰা মাজুলীত আৰম্ভ হ’ব অসম ভাওনা সমাৰোহ ২০২০। সমাৰোহৰ বাবে ইতিমধ্যে সজাই তোলা হৈছে বৃহৎ আকাৰৰ নামঘৰ।

ইপিনে, ১৫০০০ হাজাৰ দৰ্শকে একেলগে ভাওনা দৰ্শন কৰিব পৰাকৈ সজাই তোলা হৈছে ভাওনাথলি। ভাওনাত ৰাজ্যৰ ২৮টা ভাওনাৰ দলে অংশ ল’ব।

Apply Now

উদ্বোধনী অনুষ্ঠানত দুহেজাৰ গৰাকী নাম লগোৱাৰ সমস্বৰ নামৰ ধ্বনিৰে মুখৰিত হব মণিকাঞ্চন ৰংগ ক্ষেত্ৰ।

তদুপৰি, সমাৰোহ থলিত উন্মোচন কৰা হ’ব দহ হেজাৰ নামঘৰৰ ইতিবৃত্ত সম্বলিত এখন গ্ৰন্থ।

২০০৬ চনৰ পৰা প্ৰতি দুবছৰৰ মুৰে মুৰে অনুষ্ঠিত কৰি অহা অসম ভাওনা সমাৰোহৰ এই বাৰ অষ্টম বৰ্ষত আউনীআটী সত্ৰৰ সমীপৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে।

১৯ জানুৱাৰিৰ পৰা ১ ফেব্ৰুৱাৰিলৈকে অনুষ্ঠিত হ’বলগীয়া সমাৰোহ খনিত মুঠ ২৮ খন ভাওনা প্ৰদৰ্শিত হ’ব।

প্ৰতিদিনে ভাওনা উদ্বোধন কৰিব সংগীত শিল্পী অংগৰাগ মহন্ত, বিশিষ্ট বোলছবি অভিনেতা যতীন বৰা প্ৰমূখ্য বহু কেইজন বিশিষ্ট শিল্পী,সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী, তথা সত্ৰাধিকাৰে।

ভাওনা সমাৰোহৰ শেষৰ দিনা “ভাওনা ৰত্ন” ” ভাওনা মহীয়ান” আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ২০ গৰাকী সাহিত্য,সংস্কৃতি,কলা সাধকক সম্বৰ্ধনা জনোৱা হ’ব।

তদুপৰি, এই সমাৰোহতে অসমৰ বিভিন্ন ঠাইৰ দহ হেজাৰ নামঘৰৰ ইতিহাস সম্বলিত”নামঘৰৰ ইতিহাস পৰিচয়” নামৰ গ্ৰন্থ খনৰ প্ৰথম খণ্ড উন্মোচন কৰা হ’ব।

সমাৰোহৰ কাৰ্যসূচী অনুসৰি ১৯ ফেব্ৰুৱাৰি-৮-৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ড পীতাম্বৰ দেৱগোস্বামীয়ে।

৯ বজাত মনিকূটৰ দ্বাৰ মুকলি আৰু নাম প্ৰসংগ।১০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে।

ভোজনালয়ৰ দ্বাৰ উদ্ঘাটন কৰিব  ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ডাঃ হেমহৰি পেগুৱে। ১০-৩০ বজাত গ্ৰন্থ মেলা উন্মোচন কৰিব শিবসাগৰৰ বিশিষ্ট চিকিৎসক ডাঃ অখিল হাজৰিকাই ।

১১ বজাত দুহেজাৰ গৰাকী নামলগোৱাৰ নামৰ ধ্বনিৰে উদ্বোধনী সভাত সভাপতিত্ব কৰিব ডo পীতাম্বৰ দেৱগোস্বামীয়ে। সন্মানীয় অতিথিৰ আসনত থাকিব সত্ৰাধিকাৰ সকলৰ লগতে উজ্জয়নী মহামণ্ডলেশ্বৰৰ কেশব দাস।

নামঘৰ ইতিহাস, গ্ৰন্থ উন্মোচন কৰিব নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপক শৰ্মাই । সভাত অসমৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

বিয়লি ১ বজাত যোৰহাট মঞ্জুলা কলা কেন্দ্ৰই পৰিবেশন কৰিব “ৰাম বিজয়” নাট। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেবানন্দ গোস্বামীয়ে।

সন্ধিয়া ৫-০০ বজাত প্ৰতিযোগিতাৰ প্ৰথম নিশাৰ ভাওনা উদ্বোধন কৰিব অসমৰ বিশিষ্ট সংগীত শিল্পী অংগৰাগ মহন্তই।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd