• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ আগশাৰীৰ লেখক-মানৱ অধিকাৰ কৰ্মীক গ্ৰেপ্তাৰৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2018 9:35 pm
অসম নাগৰিক সমাজৰ সংবাদমেল। সোমবাৰে। ফটো : য়ু বি।

অসম নাগৰিক সমাজৰ সংবাদমেল। সোমবাৰে। ফটো : য়ু বি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে মহাৰাষ্ট্ৰ আৰক্ষীয়ে দেশৰ কেইবা ঠাইতো অভিযান চলাই পাঁচগৰাকী মানৱ অধিকাৰ কৰ্মী, বুদ্ধিজীৱী, লেখক আৰু অধিবক্তাক গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহণা দিছে অসম নাগৰিক সমাজে।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি অসম নাগৰিক সমাজৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাই কয়, “চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ লেখক আৰু মানৱ অধিকাৰ কৰ্মীসকলৰ বিৰুদ্ধে এনে দমনমূলক ব্যৱস্থাৰ আশ্ৰয় লৈছে।”

Apply Now

তেওঁ লগতে এই লোকসকলৰ বিৰুদ্ধে কিছুমান মনেসজা অভিযোগ অনা বুলি মন্তব্য কৰি এই অভিযোগবোৰ উঠাই লৈ বিনাচৰ্তে তেওঁলোকক মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনায়।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰ আৰক্ষীয়ে তালাচী চলাই প্ৰখ্যাত সাহিত্যিক পি বাৰবাৰা ৰাও, অধিবক্তা সুধা ভৰদ্বাজ, মানৱ অধিকাৰ কৰ্মী অৰুণ ফেৰেৰিয়া, গৌতম নাভালখা আৰু লেখক বেৰনন গনজেলভৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ আনি গ্ৰেপ্তাৰ কৰি তেওঁলোকক আৰক্ষীৰ জিম্মালৈ নিব বিচাৰিছিল। কিন্তু দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ইয়াৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আৱেদন কৰাত ন্যায়ালয়ৰ নিৰ্দেশ মতে তেওঁলোকক নিজৰ নিজৰ ঘৰতে গৃহবন্দী কৰি ৰাখিবলৈ বাধ্য হয়।

হৰেকৃষ্ণ ডেকাই কয়, “এই লোককেইজনে বহুবছৰ ধৰি আদিবাসী, দলিত আৰু পিছপৰা শ্ৰেণীৰ মানুহৰ অধিকাৰৰ হকে মাত মাতি আহিছে। আদিবাসী আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ অধিকাৰৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব নিদিয়াকৈ কেৱল নিজৰ লাভালাভৰ বাবে বহুজাতিক নিগমবোৰে জধে-মধে প্ৰাকৃতিক সম্পদৰ নিষ্কাশন কৰাৰ তেওঁলোকে বিৰোধিতা কৰি আহিছে।”

এনে কাৰণতে এইসকল বিশিষ্ট মানৱ অধিকাৰ কৰ্মী আৰু লেখক চৰকাৰৰ ৰোষৰ সন্মুখীন হ’ব লগীয়া হৈছে বুলি তেওঁ অভিহিত কৰে।

সংবাদমেলত বিশিষ্ট সাংবাদিক তথা অসম নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞাই কয়, “পূৰ্বৰ চৰকাৰৰ সময়তো এনে ধৰণৰ দমনমূলক কাৰ্য চলিছিল, কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰৰ সময়ত ই এক অন্য ৰূপ ধাৰণ কৰিছে।”

তেওঁ কয় যে চৰকাৰে এনে কাৰ্যৰ দ্বাৰা সাধাৰণ জনতাক চৰকাৰৰ অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে মাত নামাতিবলৈ সকীয়াই দিছে বুলিও তেওঁ মন্তব্য কৰে।

সংবাদমেলত সংগঠনটোৰ উপ-সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, সাধাৰণ সম্পাদক পৰেশ মালাকৰো উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am
সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

October 1, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd