• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰাক উপত্যকাত অসমীয়া শিকাব অসম সাহিত্য সভাই, মুকলি প্ৰথমটো কেন্দ্ৰ

কেৱল অসমীয়াই নহয়, কেন্দ্ৰটোত বাংলা বা আন আঞ্চলিক ভাষাও শিকোৱা হ’ব

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
July 14, 2019 9:00 pm
Asom Sahitya Sabha opens its first Assamese language learning centre in Silchar

দেওবাৰে শিলচৰত অসমীয়া ভাষা শিক্ষা কেন্দ্ৰ মুকলি কৰা অৱস্থাত পৰমানন্দ ৰাজবংশী। ছবি- নৰ্থ ইষ্ট নাও।

589
VIEWS
Share on FacebookShare on Twitter

বৰাক উপত্যকাত অসমীয়া ভাষা শিক্ষণ অভিযান আৰম্ভ কৰিছে অসম সাহিত্য সভাই।

দেওবাৰে সভাৰ শিলচৰ কাৰ্য্যালয়্ত সভাপতি পৰমানন্দ ৰাজবংশীয়ে মুকলি কৰে উপত্যকাটোৰ প্ৰথমটো অসমীয়া ভাষা শিক্ষা কেন্দ্ৰ।

অসম সাহিত্য সভা মুক্ত শিক্ষাৰ অধীনত কেন্দ্ৰটোত অসমীয়া ভাষা বিষয়ক ডিপ্ল’মা আগবঢ়োৱা হ’ব।

কেৱল অসমীয়াই নহয়, কেন্দ্ৰটোত বাংলা বা আন আঞ্চলিক ভাষাও শিকোৱা হ’ব, ৰাজবংশীয়ে কয়।

“তেজপুৰ বিশ্ববিদ্যালয় আৰু ৰাজ্যৰ আন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সহযোগিতাত অসমৰ সকলো আঞ্চলিক ভাষাই ইয়াত শিকোৱা হ’ব। ডিপ্ল’মা পাঠ্যক্ৰমবোৰ এবছৰীয়াৰ লগতে ছমহীয়া হ’ব,” ৰাজবংশীয়ে কয়।

অসমৰ শিক্ষা বিভাগে সকলো টেট শিক্ষকৰ বাবে মাতৃভাষাৰ জ্ঞান বাধ্যতামূলক কৰাৰ কথা উল্লেখ কৰি ৰাজবংশীয়ে কয় যে এই বিষয়ত সাহিত্য সভাই প্ৰমাণপত্ৰ দিব পাৰে।

তেওঁ কয় যে মাতৃভাষাৰ জ্ঞান নোহোৱাটোৱেই আমাৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয় হেৰুওৱাৰ মূল কাৰণ বুলি সাহিত্য সভাই বিশ্বাস কৰে।

“অসমত বাস কৰা কিন্তু মাতৃভাষা নজনা কাকো ৰাজ্য চৰকাৰৰ কোনো কাৰ্য্যালয়ত কাম কৰিবলৈ দিয়া নহ’ব,” ৰাজবংশীয়ে কয়।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd