• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিজবুল মুজাহিদীনৰে সম্পৰ্ক থকাৰ সন্দেহত আটক কৰা ৩ জনক মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2018 11:22 pm
Hizbul-Mujahideen-768x493

হিজবুল মুজাহিদীন সদস্য কামাৰ উজ জামান। ফাইল ছবি।

181
VIEWS
Share on FacebookShare on Twitter

হিজবুল মুজাহিদীনৰ সৈতে সৈতে সম্পৰ্কৰ অভিযোগত বৰপেটাত আটক কৰা যুৱক ৩জনক মুকলি কৰি দিছে অসম আৰক্ষীয়ে।

আৰক্ষী সূত্ৰৰ মতে নচিৰুজ জামান, হেমন্ত ডেকা আৰু আজহাৰ আলী নামৰ যুৱক তিনিজনক শনিবাৰে ৰাতি বৰপেটাত আটক কৰাৰ পিছত হোজাই জিলাৰ ডবকা আৰক্ষী থানালৈ লৈ যোৱা হৈছিল। থানাখনত ৩ ঘণ্টাৰ সোধ-পোচৰ পিছত তেওঁলোকক যাবলৈ দিয়া হয়।

হিজবুলৰে সৈতে সম্পৰ্ক থকাৰ সন্দেহত যোৱা ১০ দিনত অসমত ৭গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্য অসম কামাৰ উজ জামান নামৰ যুৱকজনক উত্তৰ প্ৰদেশ সন্ত্ৰাসবিৰোধী স্কুৱাদে কাণপুৰত আটক কৰাৰ পিছতে অসম আৰক্ষীৰ সৈতে যুটীয়া অভিযান অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

তাৎপৰ্য্যপূৰ্ণভাৱে যুৱককেইজনক মুকলি কৰি দিয়াৰ পূৰ্বে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আটকাধীন যুৱককেইজনৰ পৰা ‘বিস্ফোৰক তথ্য’ পোৱা বুলি গুৱাহাটীত সাংবাদিকৰ আগত মন্তব্য কৰিছিল।

‘যুৱক তিনিজনক থানাত জেৰা চলাই থকা হৈছে। হিজবুল মুজাহিদিন সম্পৰ্কে তেওঁলোকৰ পৰা জেৰাত যথেষ্ঠ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে,’ শইকীয়াৰ মন্তব্য।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd