• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমত দুই এদিনতে এজন প্ৰভাৱশালী কংগ্ৰেছী নেতাই বিজেপিত যোগ দিব : হিমন্ত বিশ্ব

NE NOW NEWS দীপজ্যোতি শৰ্মা
গুৱাহৱাটী , March 13, 2020 10:45 am

1 min read

অসমত দুই এদিনতে এজন প্ৰভাৱশালী কংগ্ৰেছী নেতাই বিজেপিত যোগ দিব : হিমন্ত বিশ্ব
25.3k
VIEWS
Share on FacebookShare on Twitter

জ্যোতিৰাদিত্য সিন্ধিয়াৰ পদাংক অনুসৰণ কৰি অসমতো দুই এদিনতে এজন প্ৰভাবশালী কংগ্ৰেছী নেতাই বিজেপিত যোগ দিয়াৰ ইংগিত দিছে বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাৰ মতে ২০২১চনত বহুকেইজন কংগ্ৰেছী নেতাই গেৰুৱা দলটোত যোগ দিব।

বৃস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীজনে কয়, ‘অহা দুই এদিনতে কংগ্ৰেছৰ এজন গুৰুত্বপূৰ্ণ বিধায়কে যোগদান কৰিব বিজেপিত বা যোগ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিব।’

তৰুণ গগৈক উদ্দেশ্য কৰি হিমন্ত বিশ্বই কয়, ‘তৰুণ গগৈ ডাঙৰীয়া কিয় চটফটাই আছে বুজিব পৰা নাই। তেওঁৰ দিনতেই নম্বৰ নোহোৱাকৈ আনোৱাৰ টাইনুৰক জিকাইছে। এনেকৈ যদি ৰত্নাকৰ ৰাতিৰ ভিতৰত বাল্মিকী হৈ আপোনালোকক পাঠ পঢ়াই থাকে এইটো কেনেকৈ হ’ব।’

আনহাতে সাংবাদিক অতনু ভূ়ঞাই ৰাজ্যসভাৰ মনোনয়ন পত্ৰ লোৱা সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয়, ‘অতনু ভূঞাই কাৰ সমৰ্থনত কি কাৰণে গৈছে বা কি ধৰণৰ কথা জড়িত হৈ আছে সেয়া তেওঁ উত্তৰ দিব। মই নাভাবো অতনু ভূ়ঞাই আমাৰ লগত কথা নপতাকৈ কাৰো সমৰ্থন নোহোৱাকৈ কিবা উদ্দেশ্য নোহোৱাকৈ কাগজখন লৈ গৈছে। কিবা নহয় কিবা তেওঁৰো উদ্দেশ্য থাকিব।’

Recent News

অৰুণাচলত অস্ত্ৰ-শস্ত্ৰ সহ পাঁচগৰাকী নগা বিদ্ৰোহীৰ আত্মসমৰ্পন

অৰুণাচলত অস্ত্ৰ-শস্ত্ৰ সহ পাঁচগৰাকী নগা বিদ্ৰোহীৰ আত্মসমৰ্পন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd