• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিজেই পাকিস্তানলৈ গৈ নথিপত্ৰ আনক: বিজেপি নেতৃত্বক তীক্ষ্ণ কটাক্ষ এআইচিচিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2026 8:15 pm
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটী। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠিত বিচাৰ প্ৰক্ৰিয়া অনুসৰণ নকৰি কেৱল “মিডিয়া ট্ৰায়েল” আৰু বিচ্যুতিৰ ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি এআইচিচিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। শ্ৰীভূমি জিলা কংগ্ৰেছ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলৰ জৰিয়তে দলটোৱে স্পষ্ট কৰি দিয়ে যে ৰাজহুৱা স্থানত ভিত্তিহীন অভিযোগ কৰাতকৈ চৰকাৰে আইনী পথ গ্ৰহণ কৰা উচিত।

সংবাদমেলত এআইচিচিৰ মিডিয়া কোষৰ আহ্বায়ক নিঘাত আব্বাছে কয় যে যদিহে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ সম্পৰ্ক থকাৰ কোনো দৃঢ় প্ৰমাণ মুখ্যমন্ত্ৰীৰ হাতত আছে, তেন্তে তেওঁ ৰাজহুৱাভাৱে অভিযোগ কৰাৰ পৰিৱৰ্তে আদালতৰ কাষ চাপিব লাগে আৰু আনুষ্ঠানিকভাৱে এজাহাৰ দাখিল কৰিব লাগে।

Apply Now

আব্বাছে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীৰ মন্তব্যই তেওঁৰ ৰাজনৈতিক হতাশাহে প্ৰতিফলিত কৰিছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে কেৱল ইংগিত দি কংগ্ৰেছ নেতৃত্বৰ ভাৱমূৰ্তি ম্লান কৰাই ইয়াৰ মূল লক্ষ্য। তেওঁ কয়, “ন্যায়পালিকাৰ অধিকাৰ ক্ষেত্ৰত থকা বিষয়সমূহ সংবাদমেলত লঘুভাৱে আলোচনা কৰা অনুচিত।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী শৰ্মাক সমালোচনা কৰি আব্বাছে মন্তব্য কৰে যে বিজেপিৰ জ্যেষ্ঠ নেতাসকলে প্ৰায়েই ৰাজনৈতিক বিৰোধীক “পাকিস্তানলৈ যাওক” বুলি পৰামৰ্শ দিয়ে। তেওঁ পুনৰ কয়, “যদি তেওঁলোকে নিজৰ দাবীৰ ওপৰত ইমান আত্মবিশ্বাসী, তেন্তে তেওঁলোক নিজেই পাকিস্তানলৈ যোৱা উচিত আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে তথ্যচিত্ৰ বা নথিপত্ৰ সংগ্ৰহ কৰি আদালতত দাখিল কৰিব লাগে।”

ইফালে, বিজেপি নেতৃত্বই অসমৰ বৰাক উপত্যকাৰ বাস্তৱ পৰিস্থিতিৰ পৰা বিচ্ছিন্ন হৈ পৰা বুলি অভিযোগ কৰি আব্বাছে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰিমগঞ্জ তথা সমগ্ৰ বৰাক অঞ্চলৰ মানুহৰ সমস্যা সমাধান কৰাতকৈ ৰাজনৈতিক ভাষ্য বা ‘ন্যৰেটিভ’ গঢ়ি তোলাতহে বেছি মনোনিৱেশ কৰিছে।

সংবেদনশীল বিষয়মূহৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৰা ৰাজহুৱা মন্তব্যই প্ৰতিষ্ঠানিক প্ৰক্ৰিয়াৰ প্ৰতি থকা অৱজ্ঞা আৰু বৰ্ধিত অধৈৰ্য্যক সূচাইছে বুলি মন্তব্য কৰি আব্বাছে সতৰ্ক কৰি দিয়ে যে এনে আচৰণে গণতান্ত্ৰিক নীতি আৰু ৰাজহুৱা বিশ্বাস দুৰ্বল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

July 16, 2026 2:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd