• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম বিজেপিত বিদ্ৰোহৰ উকমুকনি; ভৱেশ কলিতাক পুতলা সভাপতি আখ্যা মৃণাল শইকীয়াৰ

by
June 5, 2024 2:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোতে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে বিষেদাগাৰ প্ৰকাশ কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। সম্পূর্ণ খিলঞ্জীয়া জনসাধাৰণৰ ভোট থকা যোৰহাট লোকসভা সমষ্টিত বিজেপি পৰাস্ত হোৱাক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে খুমটাইৰ বিধায়কগৰাকীয়ে।

সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কয়- ‘ধন, বৃহৎ প্ৰচাৰ অভিযান, মাত্রাধিক নেতা আৰু অহংকাৰী ভাষণে নির্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে। কেৱল অর্থসর্বস্ব ৰাজনীতিক জনতাই প্রশ্রয় নিদিয়ে। নেতাৰ মুখৰ কথাই যোৰহাটত হৰুৱালে বিজেপিক। ভাৰতীয় জনতা পার্টিৰ অসম প্ৰদেশৰসভাপতি ভৱেশ কলিতাৰ কোনো নিজস্বতা নাই। সভাপতি হিচাপে পুতলাহে ভৱেশ কলিতা। বহু ক্ষোভ আছে যদিও প্রকাশ কৰিবলৈ সাহস নকৰে কোনেও। মোৰ কোনো মতলব নাই, সেয়ে খোলাকৈ ক’ম। আগত নির্বাচনত মোক টিকট নিদিয়ে বুলি ভয় খুৱাই থাকে। দিলে দিব নিদিলে নাই, মোক টিকট দিবলৈ দলৰ অভাৱ নাই। জয়ন্ত মল্ল বৰুৱা নিজৰ সমষ্টিৰ পৰা বাহিৰলৈ ওলালেই বিজেপিৰ ভোট ভাগে। যোৰহাটলৈ কোনো নেতা নহা হ’লেই জয়ী হ’লহেঁতেন তপন গগৈ।’

লগতে ১৯৯৪ চনৰ পৰা বিজেপি কৰাৰ কথা উল্লেখ কৰি বিধায়ক শইকীয়াই পুনৰ কয়- ‘এতিয়া পৰিভ্ৰমী চৰাইৰ দৰে এচাম আহি ধ্বংস কৰিছে দলটো। তেওঁলোক এতিয়া আছে, কাইলৈ থাকিব নে নাই তাৰো ঠিক নাই। থকা দিনকেইটাত উঠিৰজা-বহিৰজা হৈ আমাক গ্ৰাস কৰিছে। বিজেপিৰ ক’ৰ কমিটীৰ সভাত দেখি আচৰিত হওঁ, আমি দলটোৰ বাবে অতদিনে ত্যাগ কৰা নেতাবোৰ বহুত পাছত বহিবলৈ পাওঁ, কালি-পৰহি অহাবোৰ প্ৰথম শাৰীত বহি দলৰ সিদ্ধান্ত লয়। দল আৰু চৰকাৰ বেলেগ হ’ব লাগে। কিন্তু এতিয়া কেইজনমানে সকলো একাকাৰ কৰি স্বেৰাচাৰিতা কৰিছে। এইবোৰ আমি সহ্য নকৰো। মোৰ দৰে বহুতৰ এনে ক্ষোভ আছে, কিন্তু প্রকাশ কৰিবলে সাহস নকৰে।’ সামাজিক মাধ্যম এক্সযোগে শইকীয়াই গৌৰৱ গগৈক জয়ৰ বাবে অভিনন্দন জনায়। আনহাতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই জনোৱা অভিনন্দন সন্দর্ভত সাংসদ গৌৰৱ গগৈয়ে কয় ‘মৃণাল শইকীয়া এগৰাকী দক্ষ আৰু প্রকৃতিপ্রেমী আৰু জনদৰদী বিধায়ক। মতমতাৰ অমিল হ’লেও আমাৰ চিন্তাৰ মিল আছে।’

Apply Now

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

August 17, 2026 7:46 pm
বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

August 17, 2026 6:28 pm
শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

August 17, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

August 17, 2026 7:46 pm
বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd