• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মেকানিকেল প’ট্ৰেইট সৃষ্টি কৰি ‘এছিয়া বুক অৱ ৰেকৰ্ডছ’ত অন্তৰ্ভুক্ত অসমৰ যুৱকৰ নাম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 12, 2020 8:37 am

1 min read

মেকানিকেল প’ট্ৰেইট সৃষ্টি কৰি ‘এছিয়া বুক অৱ ৰেকৰ্ডছ’ত অন্তৰ্ভুক্ত অসমৰ যুৱকৰ নাম

মু্খ্যমন্ত্ৰীক প'ট্ৰেইটখন উপহাৰ দিয়াৰ মুহূৰ্তত পাৰিখ, ফ'টো সৌজন্য- ইন্টাৰনেট

11.4k
VIEWS
Share on FacebookShare on Twitter

মেকানিকেল প’ট্ৰেইট সৃষ্টি কৰি অসমৰ এজন যুৱকৰ নাম অন্তৰ্ভুক্ত হৈছে এছিয়া বুক অৱ ৰেক’ৰ্ডছত।

ধুবুৰীৰ ৰাহুল পাৰিখ নামৰ ২১ বছৰীয়া যুৱকজনে লাভ কৰিছে এই কৃতিত্ব।

পাৰিখে উদ্ভাৱনীমূলক  মেকানিকেল প’ট্ৰেইটত অসসৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি নিৰ্মাণ কৰি উলিয়াইছে কম্পিউটাৰৰ মাডাৰ বোডেৰে।

এই প’ট্ৰেইটৰ বাবেই ৰাহুল পাৰিখৰ নাম অন্তৰ্ভুক্ত হৈছে এছিয়া বুক অৱ ৰেকৰ্ডছত।

ইয়াৰ পূৰ্বে পাৰিখে পেলনীয়া তথা অলাগতিয়াল কম্পিউটাৰ মাডাৰ বোৰ্ড, মোবাইল ফোন, ৱায়াৰ আদিৰে বিৰাট কোহলি, মহাত্মা গান্ধী আৰু অক্ষয় কুমাৰৰ মেকানিকেল প’ট্ৰেইট সৃষ্টি কিৰিছল।

উল্লেখ্য যে এই উদ্ভাৱনীমূলক সৃষ্টিৰ বাবে ২০১৯ চনত ৰাহুল পাৰিখৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তভুৰ্ক্ত হৈছিল।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd