• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্য হাতীৰ জাকৰ মুখত ছেলফি তুলি দঁতালৰ খোচত বেহুঁচ ডিগবৈৰ কিশোৰ

অভীক চক্ৰবৰ্তী/ এন ই নাও নিউজ by অভীক চক্ৰবৰ্তী/ এন ই নাও নিউজ
July 7, 2019 9:52 pm
Ankit-Dey-1140x570Assam: Boy injured while trying to click selfie with wild elephant

অংকিত দে’।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়াৰ ডিগবৈত বনৰীয়া হাতীৰ জাকৰ সন্মুখত ছেল্ফি তোলাৰ চেষ্টাত দঁতালৰ খোচত গুৰুতৰভাৱে জখম হৈ বেহুঁচ হৈছে এজন কিশোৰ।

আহত অংকিত দে’ নামৰ ১৬ বছৰীয়া ল’ৰাজনক অৰ্ধচেতন অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ভৰ্তি কৰা হৈছে।

Apply Now

ডিগবৈৰ এ অ’ দি হস্পিটেলৰ চিকিৎসকে জনোৱা মতে কিশোৰজনৰ কেইবাডালো কামিহাঁড় ভাগি গৈছে আৰু তেওঁ মূৰ, বুকু আৰু পেটত আঘাত পাইছে।

অংকিতৰ ঘৰ ডিগবৈৰ মুলিয়াবাৰীত। তেওঁ ডিগবৈৰ লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰি স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে দেওবাৰে আবেলি প্ৰায় ২:৩০ বজাত ডিগবৈৰ তৈলক্ষেত্ৰ এলেকাত প্ৰৱেশ কৰা হাতীৰ জাক এটাৰ সন্মুখৰ পৰা তেওঁ ছেল্ফি তোলাৰ চেষ্টা কৰিছিল।

“জাকৰ বনৰীয়া হাতী এটাৰ সৈতে অংকিতে ছেল্ফি তুলিবলৈ লৈছিল। ভয় খাই দঁতালটোৱে তাক খেদি আহে আৰু তাক খোচ মাৰি পেলাই দিয়ে,” অংকিতৰ বন্ধু সৌমিন দেৱনাথে নৰ্থ ইষ্ট নাওক জনায়।

ঘটনাৰ খবৰ পাই ল’ৰাকেইটাক সেই ঠাইত প্ৰৱেশৰ অনুমতি দিয়া নিৰাপত্তাৰক্ষীসকল দৌৰি আহে আৰু সিহঁতক উদ্ধাৰ কৰে।

চিকিৎসাৰ বাবে অংকিতক লগে লগে ডিগবৈৰ অসামৰিক চিকিৎসালয়লৈ আৰু তাৰ পিছত অসম অইল ডিভিজন হস্পিটেললৈ লৈ যোৱা হয়।

পিছত এ অ’ দি হস্পিটেলৰ চিকিৎসকে আহত কিশোৰজনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।

“তেওঁ অৰ্ধচেতন অৱস্থাত আছিল আৰু উন্নত চিকিৎসাৰ বাবে আমি এ এম চি এইচলৈ পঠাইছো,” এ অ’ দিৰ এজন চিকিৎসকে জনায়।

অভীক চক্ৰবৰ্তী/ এন ই নাও নিউজ

অভীক চক্ৰবৰ্তী/ এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd