• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ পুৱা ৯ বজাত সোণোৱাল মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ; অন্তৰ্ভুক্ত হ’ব দুখন নতুন মুখ

মন্ত্ৰিত্বৰ দৌৰত বাদ পৰি ৰোৱাৰ সম্ভাৱনা বহুকেইগৰাকী জ্যেষ্ঠ বিজেপি নেতা!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 17, 2020 7:56 pm
71084392_2464111547157148_2269681935791947776_n

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো অধিক চৰ্চিত হৈ থকাৰ মাজতে কাইলৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব।

পুৱা ৯ বজাত উজানবজাৰস্থিত ৰাজভৱনত হ’ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। বিজেপিৰ এক উচ্চস্তৰীয় সুত্ৰই জানিবলৈ দিছে এই কথা।

Apply Now

ইতিমধ্যে বিজেপিৰ দুজনকৈ বিধায়ক ক্ৰমে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণলৈ মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা ফোনযোগে পুৱা ৯ বজাত ৰাজভৱনত উপস্থিত হ’বলৈ কোৱা বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত স্পষ্ট কৰিছে বিধায়ক দুজনে।

উল্লেখ কৰিব পাৰি যে, ২০১৯ ৰ লোকসভা নিৰ্বাচনত দুজনকৈ কেবিনেট মন্ত্ৰী ক্ৰমে তপন গগৈ আৰু পল্লৱ লোচন দাস সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে খালী হৈ আছিল সোণোৱাল কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ।

সাংসদ তপন গগৈৰ অধীনত আছিল শক্তি বিভাগ আৰু পল্লৱলোচন দাসৰ অধীনত আছিল শ্ৰম, নিয়োগ আৰু চাহ জনজাতীয় কল্যাণ দপ্তৰ।

স্বাভাৱিকতে চৰ্চা চলিছে যে সাংসদ তপন গগৈৰ অধীনত থকা শক্তি বিভাগটো মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে আৰু চাহ জনজাতিক প্ৰতিনিধিত্ব কৰা সঞ্জয় কিষাণে সাংসদ পল্লৱলোচন দাসৰ অধীনত থকা দপ্তৰকেইটা লাভ কৰিব নেকি?

বিজেপিৰ এক উচ্চস্তৰীয় সুত্ৰই এই সম্ভাৱনাই প্ৰকট বুলি দাবী কৰিছে।

উল্লেখযোগ্য যে, দুয়োগৰাকী বিজেপি বিধায়কে প্ৰথমবাৰলৈ মন্ত্ৰিত্বৰ সোৱাদ লাভ কৰিব।

তাৎপয্যপূৰ্ণভাৱে, সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ল যদিও জ্যেষ্ঠ বিজেপি নেতা অথবা বিধায়ক মন্ত্ৰিত্ব লাভৰ পৰা বাৰেপতি উপেক্ষিত হৈছে বুলি জানিব পৰা গৈছে।

ইপিনে, অচিৰেই সোণোৱাল মন্ত্ৰীসভাৰ কেইবাটাও দপ্তৰৰ ৰদবদল হ’ব পাৰে বুলি সুত্ৰত প্ৰকাশ পাইছে। শিক্ষা মন্ত্ৰী হিচাপে কাৰ্য্য নিৰ্বাহ কৰি থকা সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, জলসিঞ্চন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱকুমাৰ দলেই মন্ত্ৰীত্ব পদ হেৰুৱাব বুলিও চৰ্চিত হৈছে।

অহা দেওবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰিত্ব ৰদবদল সম্পৰ্কে দিল্লীত গৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰে এক আলোচনাত মিলিত হ’ব বুলিও এক সুত্ৰত প্ৰকাশ পাইছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd