• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মুখ্যমন্ত্ৰী পদটো ভূমিপুত্ৰ কছাৰীসকলৰ বাবে সংৰক্ষণ কৰাৰ দাবী ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী সমাজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 2, 2020 2:44 pm
index.jpg
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী পদটো অসমৰ এক কোটি সৰ্ববৃহৎ জনসংখ্যাৰ কছাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ পদটো স্থায়ীভাৱে সংৰক্ষণৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ কেবিনেট সভাত অনুমোদন কৰিবলৈ সদৌ অসম ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী সমাজে দাবী জনাইছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কছাৰী সমাজে উল্লেখ কৰি কয় যে যিহেতুকে অসমৰ হাবি জংগল কাটি চাফ কৰি হাজাৰ হাজাৰ বছৰ ধৰি কছাৰী ৰজাই ৰাজত্ব কৰি আছিল।

Apply Now

‘অসমখন কছাৰীসকলৰ ৰাজভূমি, মাতৃভূমি, পিতৃভূমি, জন্মভূমি, স্বভূমি আৰু ইতিহাসভূমি আৰু অসমৰ আচল অসমীয়া, আচল ভূমিপুত্ৰ আৰু আচল খিলঞ্জীয়া জাতি।তেনেক্ষেত্ৰত কছাৰীসকলৰ জাতি, মাটি, ভেটি, ভাষা-সাংস্কৃতিক উন্নতি, জাতিটোৰ নিৰাপত্তা, জ্বলন্ত সমস্যা সমাধান কৰি সামাজিক আৰু ৰাজনৈতিক দিশত আগুৱাই সকলো শ্ৰেণী জনগোষ্ঠীৰ লগত মিলি সুখ শান্তিৰে বসবাস কৰি থকাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ পদটো কছাৰী জাতিৰ বাবে স্থায়ী হিচাবে সংৰক্ষণ কৰিবলৈ অসম চৰকাৰক অনুমোদন জনাবলৈ আহ্বান জনইছো।’ বিবৃতিটোত কছাৰী সমাজে এইদৰে উল্লেখ কৰে।

বিবৃতিটোত সমাজে আৰু কয় যে কছাৰীসকল অসমৰ আদিম ভূমিপুত্ৰ হৈও বৰ্তমান অসমৰ কছাৰীসকলৰ জাতি, মাটি, ভেটি, ভাষা-সাংস্কৃতিক নিৰাপত্তা আৰু চাকৰি বাকৰি আদিৰ ক্ষেত্ৰত এতিয়াও নিৰাপত্তাহীন অৱস্থাত ভুগি থাকিবলগীয়া হৈছে।

ধুবুৰীৰ পৰা শদিয়ালৈকে বড়োলেণ্ড সুকীয়া ৰাজা গঠন কৰাৰ লগতে ৰাভা, তিৱা, সোণোৱাল আৰু মিচিংসকলক ভাৰতৰ সংবিধানৰ যষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত স্বায়ত্ত শাসন প্রদান কৰা আৰু কাৰ্বি আংলং আৰু ডিমা হাছাওক ভাৰতৰ সংবিধানৰ ২৪৪ (এ)ৰ আধাৰত স্বায়ত্ত শাসিত ৰাজ্য প্রদান কৰিবলৈ দাবী জনায় সমাজে।

আনহাতে অসম চৰকাৰে কছাৰীসকলক দমন নীতিৰে শাসন আৰু প্রশাসন চলাই থকা কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে।

যদি চৰকাৰে অহা এক মাহৰ ভিতৰত কছাৰীসকলৰ সমস্যা ড়সমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে আৰু সন্মান জনায় আগবঢ়াই বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰে তেনে এক কোটি কছাৰীসকল ৰাজপথলৈ ওলাই আহিব বুলি সংগঠনটোৱে চৰকাৰক সকীয়নি প্ৰদান কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am
ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am
ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd