• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত পালেহি বীৰ ছহিদ হাবিলদাৰ হৰধন চন্দ্ৰ ৰায়ৰ মৃতদেহ : মুখ্যমন্ত্ৰীয়ে জনালে শেষ শ্ৰদ্ধা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2020 9:23 pm
Em4CCicVQAIW9kn
350
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটীত পালেহি বীৰ ছহিদ হাবিলদাৰ হৰধন চন্দ্ৰ ৰায়ৰ মৃতদেহ।

ছহিদ গৰাকীৰ মৃতদেহটো আজি সন্ধিয়া ৫.৩০ বজাত গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত পোৱাহি কথা আছিল যদিও ৰাতিহে পায়হি।

বিমান যোগে গুৱাহাটীত পোৱাৰ পিছতে বীৰ ছহিদ গৰাকীৰ মৃতদেহটো বিমান বন্দৰৰ পৰা বশিষ্ঠস্থিত ১৫১ সেনা বাহিনীৰ বেছ হাস্পতাললৈ নিয়া হয় আৰু তাতেই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বীৰ ছহিদ গৰাকীৰ নশ্বৰ দেহত মাল্যপৰ্ণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী সোণোৱালে বীৰ ছহিদ হাবিহলাদ হৰধন চন্দ্ৰ ৰায়ে দেশ মাতৃৰ বাবে যি আত্ম বলিদান দিলে সেয়া অথলে নাযায় বুলি মত প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ইফালে অহা সোমবাৰে ধুবুৰী জিলাৰ নিজ গাঁৱত বীৰ ছহিদ গৰাকীৰ শেষ কৃত্য সম্পন্ন কৰা হ’ব।

ধুবুৰী জিলাৰ চপটাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ফুটুকীবাৰী-মেধীপাৰাৰ হৰধন চন্দ্ৰ ৰায়ৰ যোৱা শুকুৰবাৰে জন্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সৈন্যৰ গুলী বৰ্ষণত মৃত্যু ঘটিছিল।

উল্লেখ্যে যে, উক্ত সংঘৰ্ষত পাকিস্তানী সেনাৰ বিশেষ সেৱা গোটৰ ২ জন সদস্যৰসহ মুঠ ৭ জন পাকিস্তানী সেনাৰ মৃত্যু হোৱা বুলি সূত্ৰটোৱে দাবী কৰিছে।

আনহাতে ১০ৰপৰা ১২ গৰাকী পাকিস্তানী সেনা আহত হোৱা বুলিও দাবী কৰিছে সুত্ৰটোৱে।

ইফালে ভাৰতৰ স্থলসেনা প্ৰধান এম এম নাৰাভনে ভাৰতৰ বীৰ ছহিদসকলৰ সৰ্বোচ্চ ত্যাগক সন্মান প্ৰদৰ্শন কৰি ছহিদসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd