• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিয় কলেজ এৰিছে ল’ৰাবিলাকে? পোহৰলৈ আহিছে শিক্ষা ব্যৱস্থাৰ এক ভয়ানক ছবি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2026 9:51 am
57
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ উচ্চ শিক্ষা ক্ষেত্ৰত শেহতীয়াকৈ এক উদ্বেগজনক ছবি পোহৰলৈ আহিছে। গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰেন্দ্ৰ কলিতাই ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ পৰা বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা আধাতে ত্যাগ কৰা (ড্ৰপ-আউট) ঘটনাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ মতে, চৰকাৰী সা-সুবিধা তথা সাহায্যৰ পাছতো ছাত্ৰসকলৰ মহাবিদ্যালয় ত্যাগ কৰাৰ এই প্ৰৱণতাই এক গভীৰ সামাজিক সংকটৰ ইংগিত দিছে।

সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা প’ষ্টত অধ্যক্ষগৰাকীয়ে আঙুলিয়াই দিছে যে ৰাজ্য চৰকাৰে কলেজত নামভৰ্তি বিনামূলীয়া কৰাৰ লগতে ২০২৫ শৈক্ষিক বৰ্ষত নামভৰ্তি কৰা ছাত্ৰসকলক ‘মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি’ৰ অধীনত মাহে এহাজাৰ টকাকৈ জলপানি দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু আচৰিত ধৰণে, এই আৰ্থিক সাহায্য লাভৰ বাবেও ছাত্ৰসকলৰ মাজত বিশেষ উৎসাহ দেখা পোৱা হোৱা নাই। তথ্য অনুসৰি, ছমাহ আগতে নামভৰ্তি কৰা ছাত্ৰসকলৰ প্ৰায় আধা সংখ্যকে এই আঁচনিৰ বাবে আবেদন জনোৱা নাই।

Apply Now

চৰকাৰী আৰু বিশ্ববিদ্যালয়ৰ তথ্যৰ উদ্ধৃতি দি অধ্যক্ষ কলিতাই জানিবলৈ দিয়ে যে ২০২৫ চনৰ জুলাই মাহত ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহত মুঠ ৯০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল। কিন্তু পৰিতাপৰ বিষয় যে ছমাহ পাছতে অনুষ্ঠিত প্ৰথম ষান্মাসিকৰ পৰীক্ষাত প্ৰায় ২৮ হাজাৰ শিক্ষাৰ্থীয়ে পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ নকৰিলে। অৰ্থাৎ মাত্ৰ ছমাহৰ ভিতৰতে ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডৰ পৰা প্ৰায় ২৮ হাজাৰ শিক্ষাৰ্থী নোহোৱা হৈ পৰিছে।

এই পৰিস্থিতিক অতি চিন্তনীয় আখ্যা দি অধ্যক্ষগৰাকীয়ে সমাজ তথা চৰকাৰৰ ওচৰত কেইটামান মৌলিক প্ৰশ্ন উত্থাপন কৰিছে:

বিনামূলীয়া নামভৰ্তি আৰু যাতায়তী খৰচৰ আশ্বাসৰ পাছতো ছাত্ৰ-ছাত্ৰীৰ ‘ড্ৰপ-আউট’ৰ সংখ্যা ইমান বেছি কিয়?

এই ড্ৰপ-আউটৰ বৃহৎ অংশটো কেৱল ছাত্ৰ বা ল‘ৰাই কিয়? তেওঁলোক শিক্ষা এৰি কোনবোৰ কামত নিয়োজিত হৈছে?

বৰ্তমান সময়ত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীৰ সামাজিক তথা অৰ্থনৈতিক মূল্য কমি গৈছে নেকি?

এয়া নতুন শিক্ষানীতিৰ প্ৰভাৱ নে ইয়াৰ আঁৰত কোনো গভীৰ অৰ্থনৈতিক আৰু সামাজিক কাৰণ নিহিত আছে?

চৰকাৰী আঁচনিসমূহৰ উপযোগিতাৰ ক্ষেত্ৰত ক’ৰবাত ত্ৰুটি ৰৈ গৈছে নেকি?

অধ্যক্ষ অমৰেন্দ্ৰ কলিতাই মত পোষণ কৰে যে যদি এই ধাৰা অব্যাহত থাকে, তেন্তে ভৱিষ্যতে মহাবিদ্যালয়সমূহত ছাত্ৰৰ সংখ্যা একেবাৰে নগণ্য হৈ পৰিব। পৰিস্থিতিৰ ভয়াৱহতা লক্ষ্য কৰি তেওঁ অভিভাৱক, শিক্ষক, চৰকাৰ আৰু সচেতন ৰাইজক এই বিষয়ত এক মুকলি আলোচনাৰ বাবে আহ্বান জনাইছে। তেওঁৰ মতে, সমাজৰ বৃহৎ স্বাৰ্থত এই সমস্যাৰ গভীৰলৈ গৈ ইয়াৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাটো অতি জৰুৰী হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd