• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেতৃত্বৰ খোৱা কামোৰা, স্বজন-প্ৰীতিত বিধস্ত কংগ্ৰেছ; ১৫০জনক লগত লৈ জুৰি শৰ্মা বৰদলৈৰ কংগ্ৰেছ ত্যাগ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 18, 2021 1:15 pm
WhatsApp Image 2021-06-18 at 12.38.30 PM

ফটো: নৰ্থইষ্ট নাও।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে হোটেল গেটৱে’ গ্ৰেণ্ডৱেৰত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈৰ সৈতে ১৫০ জনে পদত্যাগ কৰে।

পদত্যাগ পত্ৰ দাখিল কৰি নেতৃত্বৰ খোৱা কামোৰা, স্বজন-প্ৰীতিত কংগ্ৰেছ বিধস্ত বুলি উল্লেখ কৰি তেওঁ কয়, “কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰৰ বাবেই আজি কংগ্ৰেছ পদত্যাগ কৰিবলৈ বাধ্য। মোৰ লগতে ১৫০ জনে আজি কংগ্ৰেছ ত্যাগ কৰিছে।‘’

Apply Now

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা অতি দুৰ্দিনত কংগ্ৰেছ দলক অসমত নেতৃত্ব দি অহা ভুৱনেশ্বৰ কলিতায়ো দলৰ কেন্দ্ৰীয় নেতৃত্বৰ কাম-কাজত অসন্তুষ্ট হৈয়েই পদত্যাগ কৰিছিল বুলিও শৰ্মা বৰদলৈয়ে উল্লেখ কৰে।

আনহাতে, এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত তেওঁ পুনৰ কয়,”অসমৰ লক্ষ লক্ষ কংগ্ৰেছ নেতা-কৰ্মীয়ে নিবিচাৰা সত্বেও হাইকামাণ্ডে এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ মহাজোঁট বান্ধি দিলে যাৰ ফলত ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক হিন্দুৱে কংগ্ৰেছক প্ৰত্যাখান কৰিলে। কংগ্ৰেছ দলৰ বহু সক্ৰিয় হিন্দু কৰ্মীয়েও কংগ্ৰেছ দলত থাকিও ভোট কংগ্ৰেছক নিদিলে। সংখ্যালাঘু মুছলমান সম্প্ৰদায়ৰ অধিক তুষ্টিকৰণে দলটোক ক্ৰমন‌বয়ে পাহৰণিৰ গৰ্ভলৈ ঠেলি দিলে।”

কংগ্ৰেছ দলত জড়িত হৈ থকা বিশেষকৈ হিন্দু, বৌদ্ধ, জৈন, খ্ৰীষ্টান আৰু অসমীয়া মুছলমান ভাইসকলক দল ত্যাগ কৰি এক সময়োচিত সিদ্ধান্ত ল’বলৈ আহ্বান জনায় জুৰি শৰ্মা বৰদলৈয়ে।

তেওঁ লগতে কেন্দ্ৰত নেতৃত্বত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো ব্যৰ্থ নেতা বুলি উল্লেখ কৰে।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

June 10, 2026 8:57 pm
আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

June 10, 2026 8:43 pm
বিশ্বকাপৰ ঠিক আগমুহূৰ্তত ফিফাৰ সভাপতি ইনফান্তিনোৰ বিৰুদ্ধে গোচৰ তৰিলে প্লাতিনিয়ে

বিশ্বকাপৰ ঠিক আগমুহূৰ্তত ফিফাৰ সভাপতি ইনফান্তিনোৰ বিৰুদ্ধে গোচৰ তৰিলে প্লাতিনিয়ে

June 10, 2026 8:08 pm
তৃণমূলত গভীৰ সংকট, মালা ৰয় আৰু ছায়োনী ঘোষৰ বিদ্ৰোহত কঁপিছে মমতাৰ দুৰ্গ

তৃণমূলত গভীৰ সংকট, মালা ৰয় আৰু ছায়োনী ঘোষৰ বিদ্ৰোহত কঁপিছে মমতাৰ দুৰ্গ

June 10, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

June 10, 2026 8:57 pm
আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

June 10, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd