DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যসভাত ৰাজ্যৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবী জনালে কংগ্ৰেছ সাংসদ ৰিপুন বৰাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2019 6:56 pm
ripunjpg

ৰিপুন বৰা।উৎস-ইণ্টাৰনেট

1.6k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে ৰাজ্যসভাৰ শূন্যকালত অসমৰ কংগ্ৰেছ সাংসদ ৰিপুন বৰাই ৰাজ্যৰ বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ অধীনৰ কাগজ কল দুটাৰ প্ৰসংগ উত্থাপন কৰে।

জাগীৰোড আৰু পাঞ্চগ্ৰাম কাগজ কল দুটা বিগত চাৰিটা দশক ধৰি সফলতাৰে লাভজনকভাৱে চলি আছিল কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ভুল পৰিচালনাৰ ফলশ্ৰুতিত কাগজ কল দুটা ২০১৪ চনৰ পৰা বন্ধ হৈ আছে বুলি ৰাজ্যসভাত বৰাই উল্লেখ কৰে।

কাগজ কল দুটাৰ প্ৰসংগ উত্থাপন কৰি সাংসদ গৰাকীয়ে কল দুটাত প্ৰত্যক্ষভাৱে ৮,০০০ গৰাকী আৰু পৰোক্ষভাৱে ২০,০০০ গৰাকী কৰ্মী জড়িত হৈ আছিল বুলি কয়।

আনহাতে, কাগজ কল দুটা বন্ধ হৈ যোৱাৰ ফলত তাত কৰ্মৰত কৰ্মীসকলৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছে বুলি উল্লেখ কৰাৰ লগতে আঠগৰাকী কৰ্মীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল’বলগীয়া হৈছে বুলি ৰিপুন বৰাই মন্তব্য কৰে।

তদুপৰি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাভাৱে কাগজকল দুটা মুকলি কৰাৰ ক্ষেত্ৰত বিশেষ পেকেজ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰাৰ পাছতো এতিয়ালৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি বৰাই কয়।

উল্লেখযোগ্য যে, লোকসভাত উদ্যোগ মন্ত্ৰীগৰাকীয়ে ২০১৫ চনৰ পৰা চাৰিটা বৰ্ষত কাগজ কল দুটালৈ ৪,১৪১ কোটি টকা আগবঢ়োৱা হৈছে বুলি কোৱা প্ৰসংগ উত্থাপন কৰি বৰাই যদি ইমান বৃহৎ সংখ্যক ধন আগবঢ়াইছিল তেনেহ’লে ধনৰ বিতৰণৰ ক্ষেত্ৰত চি বি আই তদন্ত দাবী কৰে।

বৰাই নিজৰ বক্তব্যৰ অন্তত শীঘ্ৰে কাগজ কল দুটা পুনৰ মুকলি কৰাৰ বাবে দাবী জনায়।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd