• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ পৰা আমদানিকৃত পি পি ই কিটৰ প্ৰসংগেৰে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 28, 2020 10:54 pm
Apurba Bhattacharjya

অপূৰ্ব ভট্টাচাৰ্য্য

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বব্যাপী ত্রাসৰ সৃষ্টি কৰা ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ নামত দিল্লী আৰু দিছপুৰৰ চৰকাৰে নিজৰ সমস্ত দ্বায়িত্ব জনসাধাৰণৰ ওপৰত জাপি দি নীৰৱে লুন্ঠন চলোৱা কাৰ্য্য দূৰ্ভাগ্যজনক তথা জনগণৰ প্ৰতি বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই।

চৰকাৰৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই দেশবাসীয়ে বিশ্বাস আৰু আস্থাৰে প্ৰধান মন্ত্রীৰ সাহায্য নিধিলৈ প্ৰদান কৰা পুঁজিৰ ক্ষেত্ৰতো কোনো ধৰণৰ স্বচ্ছতা ফুটি উঠা নাই বুলি মন্তব্য কৰে ভট্টচাৰ্য্যই।

Apply Now

গুৰত্বপূৰ্ণ কথা যে, প্ৰধান মন্ত্ৰী মোডীক সমালোচনা কৰি জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে কয়, ‘‘বিগত ফাকুৱাৰ সময়ত চীনা ৰঙং ব্যৱহাৰ নকৰিবলৈ কোৱা চৰকাৰে কাৰ স্বাৰ্থত আই চি এম আৰে নিষিদ্ধ কৰা পি পি ই আৰু ৰেপিড টেষ্টিং কিট ক্ৰয় কৰিলে তাকো ২৪৫ টকাৰ সামগ্ৰী ৬০০ টকাত ? মোদীজিৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সংঘটিত এই লুন্ঠনে প্ৰমাণ কৰি দিলে বিজেপিৰ দেশপ্ৰেম তথা প্ৰধান মন্ত্রী দেৱৰ ‘না খাউগাং,না খানে দুংগা নীতি।’’

মুখ্য মন্ত্রী সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজোঁট চৰকাৰৰ মাজত চলিছে দেশসেৱাৰ নামত অলিখিত প্ৰতিযোগিতা। চৰকাৰ প্ৰকৃতাৰ্থত কোনে চলাইছে ধৰাই টান হৈ পৰিছে বুলি উল্লেখ কৰে ভট্টচাৰ্য্যয়।

‘‘জনসেৱাৰ নামত সাধাৰণ ৰাইজৰ কান্ধত সকলো দ্বায়িত্ব অৰ্পণ কৰা হৈছে।জীয়াই থকাৰ আশাত আমি সকলো গৃহবন্দী হৈ থকাৰ সুযোগ গ্ৰহণ কৰি আতংক সৃষ্টিৰে মেৰুকৰণৰ ৰাজনীতিৰে দৰিদ্ৰজনক সাহায্য প্ৰদানতো নিকৃষ্ট ৰাজনীতি কৰা হ’ল। চৰম দূৰ্ভাগ্যজনক। সাহায্য সংগ্ৰহৰ নামত অঘোষিত প্ৰতিযোগিতা চলিছে। ইয়াতো স্পষ্ট নহয় ক’ত কিমান ধন জমা হৈছে, লগতে ক’ত কেনেকৈ খৰচ হব?, আমাৰদৰে সকলো ৰাইজে সাধ্যনুসৰি ধনে-জনে আৰ্তজনৰ প্ৰতি সেৱা আগবঢ়াই আহিছে’’-ভট্টাচাৰ্য্যই লগতে কয়।

কিন্তু, ৰাজ্যৰ স্বাস্থ্য মন্ত্রী গৰাকীয়ে অহৰ্নিশে তদাৰক কৰি থকাৰ মাজতে চৰকাৰী নীতি-নিয়ম উলংঘা কৰি চকুৰকুটা চীন দেশৰ পৰা আই চি এম আৰে নিষিদ্ধ কৰা কোম্পানীৰ পৰা মধ্যভোগীৰ জৰিয়তে অধিক দামত কিনা পিপিই আৰু ৰেপিড টেষ্টিং কিটৰ ক্ষেত্রত মুখ্য মন্ত্রী ডাঙৰীয়া আপুনি আৰু আপোনাৰ চৰকাৰ নীৰৱ কিয় বুলিও প্ৰশ্ন কৰে মুখপাত্ৰ ভট্টচাৰ্য্যই।

কৰ্মচাৰীৰ এদিনৰ দৰমহা আদায়ৰ লগতে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ২০২১ৰ জুন মাহলৈকে মৰগীয়া বানচ নিদিয়াৰ সিদ্ধান্ত কিমান যুক্তিসংগত হ’ব। দ্বায়িত্ব পালনৰ নামত চাৰ্টাড বিমান, হেলিকপ্টাৰত ভ্ৰমণ কৰা কাৰ্য্য সমৰ্থনযোগ্য নে। ইতিমধ্যে সকলো কামৰ অন্তৰালত থকা ৰাজনীতি জোলোঙাৰ মেকুৰী ওলোৱাদি ওলাইছে। অন্যথা কৰ্মহীন, খাদ্যহীন তথা সৰ্বস্বান্ত কৃষকৰ ৰোষৰ সন্মুখীন হব লাগিব বুলি মন্তব্য কৰে অপূৰ্ব ভট্টচাৰ্যই ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd