DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধন আত্মসাতৰ অভিযোগত জোনাইত সমবায় সমিতিৰ ফিল্ড এছিষ্টেণ্টক গ্ৰেপ্তাৰ

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
July 22, 2020 10:35 pm
Assam cooperative society woman official held
2.9k
VIEWS
Share on FacebookShare on Twitter

ধেমাজি আৰক্ষীয়ে ক্ৰেডিট মানি কেলেংকাৰিত জৰিত থকাৰ অভিযোগত অসম বহুমুখী সমবায় সমিতিৰ পলাতক ফিল্ড এছিষ্টেণ্ট দীপাঞ্জলি দলেক গ্ৰেপ্তাৰ কৰিছে।

অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাৰ ফিল্ড এছিষ্টেণ্টগৰাকীক মঙলবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ পাংগিনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা দুমাহ ধৰি তেওঁ পলাই আছিল।

এ এছ আই কৃষ্ণ কান্ত শৰ্মাৰ নেতৃত্বত যোৱা ধেমাজি আৰক্ষীৰ এটা দলে অৰুণাচল আৰক্ষীৰ সহায়ত পাংগিন চহৰৰ সমীপৰ দলেৰ এঘৰ সম্পৰ্কীয় লোকৰ ঘৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা দলেক জোনাইৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত বুধবাৰে হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।

আৰক্ষীয়ে ইয়াৰ পূৰ্বে আন দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোক বৰ্তমান ন্যায়িক জিম্মাত আছে।

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ব্যক্তিকেইগৰাকী হৈছে—কেশ্বিয়াৰ বন্তি মিলি আৰু কালেক্সন এজেণ্ট মৌচুমী দলে।

আৰক্ষীয়ে কয় যে দীপাঞ্জলি দলেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন বিচাৰিছিল আৰু এই সপ্তাহত তাৰ শুনানি আছিল।

প্ৰায় ১.৩০ কোটি টকাৰ ক্ৰেডিট মানি তিনিও অভিযুক্তই আত্মসাৎ কৰা বুলি সমবায় সমিতিখনৰ ব্ৰাঞ্চ মেনেজাৰে আৰক্ষীক গোচৰ দিছিল।

Recent News

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd