• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ৩ লাখ ক’ৰ’না টেষ্টৰ সীমা অতিক্ৰম কৰিব অসমে; দেশৰ ভিতৰত আৰোগ্যৰ হাৰৰ ক্ষেত্ৰত আগস্থানত অসম : হিমন্ত বিশ্ব শৰ্মা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 22, 2020 6:26 pm
Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মা। ফটো সৌজন্য: টুইটাৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ক’ৰ’না ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰে।

ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ সংখ্যা, মৃত্যুৰ হাৰ আদিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমে ভাল ফলাফল দেখুৱাইছে বুলি সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

Apply Now

অসমত বৰ্তমানলৈ আৰোগ্য লাভৰ হাৰ ৬৩.৩ শতাংশ বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত একমাত্ৰ গুজৰাট (৭০ শতাংশ) অসমৰ আগত আছে বুলি জানিবলৈ দিয়ে।

সমগ্ৰ বিশ্বত মৃত্যুৰ হাৰ ৫ শতাংশ আৰু ভাৰতত মৃত্যুৰ হাৰ ৩ শতাংশ হোৱাৰ বিপৰীতে অসমত এতিয়ালৈ মৃত্যৰ হাৰ দশমিকত আছে বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে।

আনহাতে, অসমতে আজি ৩ লাখ ক’ৰ’না টেষ্ট সম্পন্ন কৰা ৰাজ্যৰ ভিতৰত নিজৰ নাম অন্তৰ্ভূক্ত কৰিব বুলি জানিবলৈ দি হিমন্ত বিশ্ব শৰ্মাই দেশৰ মাত্ৰ কেইখন মান ৰাজ্যই হে ৩ লাখ ক’ৰ’না টেষ্ট কৰিছে বুলি কয়।

শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে মাত্ৰ ৯ দিনৰ ভিতৰতে ১ লাখ ক’ৰ’নাৰ টেষ্ট সম্পন্ন কৰিবলৈ সক্ষম হৈছে বুলিও হিমন্ত বিশ্ব শৰ্মাই কয়।

তদুপৰি, ২১ জুনৰ পাছত শ্ৰমিক ৰে’লেৰে মানুহ উভতি অহা শেষ হ’ব বুলি জানিবলৈ দি হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ সাত দিন পাছত অৰ্থাৎ প্ৰায় জুলাইৰ প্ৰথম সপ্তাহৰ পৰাই ৰাজ্যত কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহৰ ওপৰত থকা চাপ হ্ৰাস পাব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদমেলত সদৰী কৰে।

কোৱাৰেণ্টাইনৰ চাপ হ্ৰাস পালে স্বাস্থ্য বিভাগে সম্পূৰ্ণভাৱে কোভিড-১৯ চিকিৎসাৰ ক্ষেত্ৰত মনোযোগ দিব পাৰিব বুলিও হিমন্তই লগতে কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd