• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অজিত ভূঞাই AIUDF ৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পণ কৰি বিবেক, জ্ঞান বিক্ৰী কৰিলে : হিমন্ত

‘কোনো কাৰণতে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় হ’বলৈ দিয়া নহ’ব’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 25, 2020 7:47 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ এবাৰ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভুঞাক আক্ৰমণৰ লক্ষ্য কৰি ল’লে বিজেপি চৰকাৰৰ দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মহা নৱমী উপলক্ষে কামাখ্য মন্দিৰ দৰ্শন কৰিবলৈ গৈ সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰে অজিত ভুঞাক।

Apply Now

তেওঁ কয় ‘ই আমাৰ ওপৰত এক প্ৰণালীৱদ্ধ আক্ৰমণ। যিদিনাখনেই অজিত ভুঞা এআইয়ুডিএফৰ সমৰ্থনত ৰাজ্যসভাৰ সাংসদ হৈছিল সেইদিনাখনেই তেওঁ নিজৰ বিবেক, জ্ঞান সকলোবিলাক বিক্ৰী কৰি থৈছিল। এইটো এটা নিৰ্লজ্জ আত্মসমৰ্পন আছিল।‘

‘আত্মসমৰ্পনকাৰী ব্যক্তিয়ে তেওঁৰ ওচৰত ভজন আৰু বন্দনা কৰাৰ বিকল্প নাথাকে। তেওঁ সেইটো কামেই কৰিব লাগিব আৰু কৰিও আছে।‘ ভুঞাক কটাক্ষ কৰি তেওঁ এইদৰে কয়।

ইপিনে, যোৱা কিছুদিনত বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী কৰা আৰু তাৰ পাছত আৰৱী ভাষাত বেনাৰ আদি লিখা কালি মিঞা মিউজিয়ামৰ দাবী তোলা, এই গোটেইবোৰ এনেকুৱা নহয় যে কোনোবাই হঠাৎ মুখৰ পৰা কৈ দিয়া কথা নহয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ লগতে কয় ‘অসমৰ সভ্যতা সংস্কৃতিৰ ওপৰত কিছুদিনৰ পৰা প্ৰণালীৱদ্ধ আক্ৰমণ লক্ষ্য কৰি আহিছো। এটা সময়ত নামনি আৰু মধ্য অসমত এই শক্তিবিলাক কেন্দ্ৰীভুত হৈ আছিল। কিছুদিনৰ পৰা এটা ট্ৰেণ্ড দেখিছো সভ্যতা সংস্কৃতিৰ যিসমূহ প্ৰতীক আছে সকলোতে এচাম ব্যক্তিয়ে আক্ৰমণ কৰিব খোজে।

‘‘কা’ আন্দোলনৰ সময়তো শংকৰদেৱ কলাক্ষেত্ৰখনক ভাঙিবলৈ এচাম লোকে লক্ষ্য কৰি লৈছিল। সাধাৰণ আন্দোলনকাৰীসকল নহয়, এচাম নিৰ্দিষ্ট দুস্কৃতিকাৰীয়ে কলাক্ষেত্ৰৰ গেট-শৰাই আদি ভাঙি পেলাইছিল। কিন্তু তেওঁলোক সফল নহ’ল।‘ হিমন্তই কয়।

‘এতিয়া লাহে লাহে কলাক্ষেত্ৰখনৰ ওপৰতো তেওঁলোকৰ চকু পৰিছে।‘ তেওঁ এইদৰে উল্লেখ কৰি লগতে কয় ‘ইয়াত অন্য এক সভ্যতা -সংস্কৃতিৰ সংগ্ৰহালয় স্থাপন হোৱাৰ কথাই আহিব নোৱাৰে। গতিকে বিধায়ক শ্বেৰমান আলিৰ এই ধাৰণাক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছো।‘ হিমন্তই কয়।

হিমন্তই দাবী জনাই কয় ‘অসম চৰকাৰে স্পষ্ট কৰি দিব খুজিছে শংকৰদেৱ কলাক্ষেত্ৰত কোনোধৰণৰ মিঞা মিউজিয়াম স্থাপন কৰিবলৈ দিয়া নহ’ব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd