DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

COVID-19 সম্পৰ্কে ভুৱা বাতৰি প্ৰকাশ কৰা অসমৰ বাংলা বাতৰি কাকতৰ বিৰুদ্ধে এজাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 11:28 am
COVID-19 সম্পৰ্কে ভুৱা বাতৰি প্ৰকাশ কৰা অসমৰ বাংলা বাতৰি কাকতৰ বিৰুদ্ধে এজাহাৰ
6.2k
VIEWS
Share on FacebookShare on Twitter

‘ভূৱা বাতৰি’ প্ৰকাশ কৰাৰ অপৰাধত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালয়াল (DIPR)য়ে ‘যুগশঙ্খ’ নামৰ বাংলা দৈনিক কাকতখনৰ বিৰুদ্ধে এখন এজাহাৰ দখিল কৰিছে।

কৰিমগঞ্জৰ জিলা দণ্ডাধীশৰ নিৰ্দেশত দেওবাৰে কৰিমগঞ্জৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া চাজিয়াদুল হক চৌধুৰীয়ে কাকতখনৰ বিৰুদ্ধে উক্ত এজাহাৰখন দাখিল কৰে।

এজাহাৰখনত উল্লেখ কৰা মতে ‘যুগশঙ্খ’ৰ শিলচৰ সংস্কৰণত, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান চিকিৎসাধীন হৈ থকা COVID-19-ত আক্ৰান্ত অসমৰ প্ৰথমজন ব্যক্তি সুস্থ হৈ উঠা বুলি এটা বাতৰি প্ৰকাশ পাইছিল।

বাতৰিটোত উক্ত ৰোগী গৰাকীক দ্বিতীয়বাৰ পৰীক্ষা কৰোতে COVID-19 নিগেটিভ পোৱা বুলি কোৱা হৈছিল, এজাহাৰখনত লগতে কোৱা হয়।

কিন্তু ইয়াৰ বিপৰীতে ৰোগী গৰাকীক চিকিৎসা কৰি থকা ডাক্তৰসকলৰ মতে উক্ত বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন আৰু লোকজন এতিয়াও COVID-19ৰ পৰা মুক্ত হৈ উঠা নাই। এজাহাৰখনত প্ৰকাশ।

এজাহাৰখনত লগত কোৱা হয় যে বাতৰিটো অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰে, যাৰ ফলত স্থানীয় লোকসকলৰ মাজত আইন শৃ্ংখলা ভংগ হোৱা এক পৰিস্থিতিৰ উদ্ভৱ হয়।

অসম চৰকাৰে এক জাননী যোগে জিলা তথ্য আৰু জনসংযোগ বিষয়া গৰাকীক ভুৱা বাতৰিটোৰ ওপৰত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। এজাহাৰখনৰ মতে কাকতখনৰ সংবাদাতা মঞ্জুৰ আহমেদ বৰভুঞা আৰু প্ৰকাশক অসীম কুমাৰ নাথ ইয়াত জড়িত আছে।

এজাৰাখনত জিলা তথ্য আৰু জনসংযোগ বিষয়া গৰাকীয়ে কৰিমগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক উক্ত লোক দুজনৰ বিৰুদ্ধে ১৮৮ ধাৰা আৰু অসম COVID-19 ৰেগুলেশ্যন ২০২০ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

Tags: COVID19

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd