• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বান: জৰুৰী মনোযোগ দিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান প্ৰা. প্ৰ. মন্ত্ৰী দেৱেগৌড়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2020 9:39 pm
Assam floods: Former PM Deve Gowda appeals PM Modi to pay urgent attention
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়াই অসমৰ চলিত বান পৰিস্থিতিৰ প্ৰতি জৰুৰী মনোযোগ দিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰক আহ্বান জনাইছে।

“অসমত উদয় হোৱা পৰিস্থিতিৰ প্ৰতি জৰুৰী মনোযোগ দিবলৈ আৰু ৰাজ্য চৰকাৰক সৰ্বোচ্চ সহায় আগবঢ়াবলৈ মই প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো,” দেৱেগৌড়াৰ এক বিবৃতিত প্ৰকাশ।

Apply Now

প্ৰাক্তন প্ৰধান মন্ত্ৰীজনে কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত অসমে দুফালে যুঁজিব লগা হৈছে।

“ক’ভিড-১৯ মহামাৰীয়ে দেশজুৰি প্ৰচণ্ড ৰূপ লোৱাৰ সময়ত এইটো দুৰ্ভাগ্যজনক যে অসমৰ মানুহে বানপানী আৰু ই সৃষ্টি কৰা মৃত্যু আৰু বিস্থাপনৰ সৈতে সংঘৰ্ষ কৰিব লগা হৈছে,” তেওঁ কয়।

I am deeply disturbed by the reports of floods in Assam. I appeal to the Prime Minister and the central government to pay urgent attention to the situation and offer maximum assistance.#AssamFloods #AssamNeedsHelp@PMOIndia @sarbanandsonwal @CMOfficeAssam pic.twitter.com/3kdJQgOx6I

— H D Devegowda (@H_D_Devegowda) July 17, 2020

অসমৰ চলিত বানত এতিয়ালৈকে ৭১গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বানত ২৭খন জিলাৰ প্ৰায় ৪০লাখ লোক আক্ৰান্ত হৈছে। ৰাজ্যৰ ১.৩১ লাখ হেক্তৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে।

চলিত বানে প্ৰায় ৫০হাজাৰ লোকক গৃ্হহীন কৰিছে। চৰকাৰে ৩০৩টা আশ্ৰয় শিৱিৰ স্থাপন কৰিছে।

বানত ঘৰচীয়া পশুধন আক্ৰান্ত হোৱাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়ালৈকে ৭৬টা জন্তুৱে প্ৰাণ হেৰুৱাইছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ চলিত বানত নিহতৰ নিকট আত্মীয়লৈ ২লাখকৈ টকাৰ সাহায্য ইতিপূৰ্বে ঘোষণা কৰিছিল।

লগতে পঢ়ক– অসমৰ বানত নিহতৰ নিকট আত্মীয়লৈ ২লাখ টকাৰ সাহায্য ঘোষণা প্ৰধান মন্ত্ৰীৰ

Tags: Assam Flood
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd