• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকাৰ অগপ ত্যাগক হাস্যকৰ নাটক আখ্যা অগপৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 16, 2020 9:26 am

1 min read

পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকাৰ অগপ ত্যাগক হাস্যকৰ নাটক আখ্যা অগপৰ
249
VIEWS
Share on FacebookShare on Twitter

বিধায়ক পবিন্দ্ৰ ডেকাৰ পদত্যাগক চূড়ান্ত সুবিধাবাদ আৰু হাস্যকৰ নাটক আখ্যা দিছে অসম গণ পৰিষদ দলে।

এক প্ৰেছ বিজ্ঞপ্তিত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই কয় যে, আঞ্চলিকতাবাদৰ মুখা পিন্ধি ওৰেটো জীবন সুবিধাবাদী ৰাজনীতিত সিদ্ধহস্ত বিধায়ক ডেকাই পূৰ্বতেও অসম গণ পৰিষদ দল ত্যাগ কৰি কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলাৰ উদাহৰণ আছে।

নিজকে সাধু আৰু সততাৰ প্ৰতীক বুলি দাবী কৰা পবিন্দ্ৰ ডেকাৰ চতুৰালী সমষ্টিবাসীয়ে ভালদৰে জানে বুলিও মনোজ শইকীয়াই লগতে কয়।

সমষ্টিবাসীৰ সুখ-দুখৰ পৰা সততে আতৰি থাকি নিৰাপদ দুৰত্বত অৱস্থান কৰাটো পবিন্দ্ৰ ডেকাৰ জীৱনশৈলী বুলিও মনোজ শইকীয়াই সমালোচনা কৰে।

কোনো দিনে দলীয় সদস্য তথা সাধাৰণ লোকৰ দায়িত্ব বুজি নোপোৱা ডেকাৰ পদত্যাগ এক আমোদজনক ঘটনা বুলি বিবৃতিটোত উল্লেখ কৰে।

উল্লেখযোগ্য যে, ১৫ ডিচেম্বৰত এখন সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে অগপ ত্যাগ কৰা বুলি পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকাই মন্তব্য কৰিছিল।

পদত্যাগৰ সময়ত অগপই আঞ্চলিকতাবাদী চৰিত্ৰ একেবাৰে হেৰুৱাই পেলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিধায়কজনে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd