DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনপ্ৰিয় কপিল শৰ্মা শ্ব’ত জিলিকিল অসমৰ এগৰাকী যুৱতী

বানপানীৰ সাহায্য হিচাপে ২ কোটি আগবঢ়োৱা অভিনেতা অক্ষয় কুমাৰক ধন্যবাদ যুৱতী গৰাকীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2019 9:34 am
68900123_116231283055786_5965892131728916480_n

ফটো উৎস : ফেচবুক

918
VIEWS
Share on FacebookShare on Twitter

ছ’নি টিভি যোগে প্ৰচাৰিত জনপ্ৰিয় কমেডি অনুষ্ঠান ‘দা কপিল শৰ্মা শ্ব’ত এগৰাকী অসম কন্যাৰ অংশগ্ৰহণৰ পিছৰে পৰা চ’চিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা।

যোৱা ১০ আগষ্টত প্ৰচাৰিত হৈ যোৱা কপিল শৰ্মাৰ অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত আছিল অভিনেতা অক্ষয় কুমাৰ।

অনুষ্ঠানটোৰ মাজত অসমৰ বৰ্ণালী দেউৰী নামৰ যুৱতীগৰাকীয়ে অসমত হোৱা বানপানীৰ সাহায্য হিচাপে ২ কোটি টকা অনুদান আগবঢ়োৱা অভিনেতা অক্ষয় কুমাৰক ধন্যবাদ জনায়।

যুৱতী গৰাকীৰ এনে প্ৰশংসাৰ পাছতে অনুষ্ঠানটোৰ এংকৰ তথা জপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ লগতে দৰ্শকসকলেও হাত চাপৰিৰে অভিনেতা গৰাকীৰ এনে মহানুভৱতাৰ শলাগ লয়।

কপিল শৰ্মাই জানিব বিচৰাত যুৱতী গৰাকীয়ে কেৱল অক্ষয় কুমাৰক ধন্যবাদ জনাবলৈয়ে অনুষ্ঠানটোত উপস্থিত থাকে বুলি জনায়।

অভিনেতা অক্ষয় কুমাৰক ধন্যবাদ জনোৱাৰ পাছতে যুৱতীগৰাকীয়ে কপিল শৰ্মাৰ বাবে এটি গীত গাব বিচাৰে।

67922301_116231286389119_2171561737172549632_n

কপিল শৰ্মাই লগে লগে এই প্ৰস্তাৱ মানি লোৱাত যুৱতী গৰাকীয়ে মঞ্চলৈ গৈ ‘বছ’ চিনেমাখনৰ ‘হাৰ কিছি ক’ নেহি মিলতা’ নামৰ এটি জনপ্ৰিয় গীত পৰিৱেশন কৰে।

সুন্দৰ কণ্ঠেৰে সকলোকে আপ্লুত কৰা বৰ্ণালীৰ সৈতে অক্ষয় কুমাৰ আৰু অভিনেত্ৰী সোণাক্ষী সিনহায়ো গীত গায়।

উল্লেখ্য যে অক্ষয় কুমাৰ, সোণাক্ষী সিনহা, তাপসী পান্নু আৰু কীৰ্তি কুলহাৰিয়ে নিজৰ আহিব লগীয়া ছবি ‘মংগল’ৰ প্ৰচাৰৰ উদ্দেশ্যে কপিল শৰ্মাৰ শ্ব’ত উপস্থিত আছিল।

Recent News

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd