• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

NRC-ৰ পৰা বাদ পৰা লোকক ২০ মাৰ্চৰ পৰা দিয়া হ’ব ৰিজেকশ্যন শ্লিপ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2020 10:59 am
NRC-Assam

প্ৰতিনিধিত্বমূলক চিত্ৰ

14.9k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা লোকসকলক নাম বাদ পৰাৰ কথা আনুষ্ঠানিকভাৱে জনোৱাৰ প্ৰক্ৰিয়া অহা ২০ মাৰ্চৰ পৰা আৰম্ভ হ’ব। সোমবাৰে ৰাজ্য চৰকাৰে এই কথা জানিবলৈ দিয়ে।

নাম বাদ পৰা প্ৰতিগৰাকী লোকক প্ৰমাণ পত্ৰ (ৰিজেকশ্যন শ্লিপ)ৰ জৰিয়তে জনোৱ হ’ব। লগতে চূড়ান্ত এন আৰ চিৰ পৰা কি কাৰণত নাম বাদ পৰিছে তাৰ সবিশেষ উল্লেখ থাকিব এই প্ৰমাণ পত্ৰত।

অসম বিধানসভাৰ বাজেট অভিৱেশনৰ প্ৰথম দিনা কংগ্ৰেছৰ বিধায়িকা ৰ’জলীনা তিৰ্কীৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কয়, ‘বৰ্তমান স্পিকিং অৰ্ডাৰ স্কেনিঙৰ কাম চলি আছে। এই কাম সম্পূৰ্ণ হ’বলৈ ১২ শতাংশ কাম বাকী আছে। এই কাম সম্পূৰ্ণ হোৱাৰ পিছতেই ২০ মাৰ্চৰ পৰা ৰিজেকশ্যন শ্লিপ দিয়াৰ বাবে পৰিকল্পনা কৰা হৈছে’।

আনহাতে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে অসমত নতুনকৈ এন আৰ চি কৰাৰ পৰিকল্পনা কৰা নাই বুলি সদনক জনায়।

উল্লেখ্য যে নাম বাদ কৰা লোকসকলে তেওঁলোকৰ নাম বাদ পৰা সংক্ৰান্তত চৰকাৰে দিয়া প্ৰমাণ পত্ৰ লাভ কৰাৰ ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণসমূহত আপীল কৰাৰ সুযোগ পাব। প্ৰমাণ পত্ৰ জাৰি নকৰাৰ বাবেই আপীল প্ৰক্ৰিয়াৰ কাম-কাজ আৰম্ভ হোৱা নাই।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd