• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিণ্ডিকেটৰ তদন্ত চিবিআইক আগবঢ়াব অসম চৰকাৰে : মন্ত্ৰী পাটোৱাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2019 10:45 pm
Press-Conference-1140x570

সোমবাৰে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সোমবাৰে কয় যে অসম চৰকাৰে শীঘ্ৰেই অসমৰ ছিণ্ডিকেটৰ পুনৰ তদন্ত কৰাৰ বাবে চিবিআইক অনুৰোধ জনাব।

ৰাজ্যখনত মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ছিণ্ডিকেট চলি থকা আৰু নিয়ন্ত্ৰিত হৈ থকা বুলি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগ অনাৰ এদিন পাছতেই পাটোৱাৰীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Apply Now

‘’এতিয়া কোনো ছিণ্ডিকেট চলি থকা নাই। কংগ্ৰেছ হতাশ হৈছে আৰু সেয়েহে তেওঁলোকে বিষয়টো ৰাজনীতিকৰণ কৰাৰ চেষ্টা চলাইছে। বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ মাত্ৰ দুমাহ পাছতে ছিণ্ডিকেটৰ অভিযোগৰ এক চিবিআই তদন্তৰ নিৰ্দেশ দিছিল। চৰকাৰে লগতে ছিণ্ডিকেটৰ সন্দৰ্ভত অনুসন্ধান চলাবলৈ চিবিআইক অনুৰোধ জনাইছে,’’-পাটোৱাৰীয়ে এখন সংবাদমেলত সোমবাৰে এইদৰে কয়।

পাটোৱাৰীয়ে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ২০১৮-১৯ বিত্তীয় বৰ্ষত অবৈধ কয়লা কঢ়িওৱা ৩০০ খন ট্ৰাক জব্দ কৰিছে আৰু অবৈধ কয়লা ব্যৱসায়ৰ সৈতে জড়িত ১০০জন লোকক গ্ৰেপ্তাৰ কৰিছে। অকল চলিত মাহটোতেই চোৰাং সৰবৰাহৰ বাবে নিয়া ৪৫০ টা গৰু জব্দ কৰা হৈছে আৰু এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত ৫৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে,’’-তেওঁ কয়।

পাটোৱাৰীয়ে লগতে কয় যে গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত মূল নায়ক ছৰফৰাজক দেওবাৰে বিহাৰৰ গোলাপগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰি অসমলৈ অনা হৈছে। তদুপৰি, পাটোৱাৰীয়ে কয় যে নতুন চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত দুৰ্নীতিত জড়িত থকাৰ বাবে চৰকাৰী বিষয়াকে ধৰি পূৰ্বতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উদ্যোগ মন্ত্ৰী গৰাকীয়ে লগতে লোকসভাৰ সাংসদ তথা কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক কংগ্ৰেছ চৰকাৰৰ শাসনকালত সমাজ কল্যাম বিভাগৰ অধীনৰ আঁচনিত সাত লাখ অস্তিত্বহীন শিশুক হিতাধিকাৰী সজোৱা বিষয়ত উত্তৰ দিয়াৰ বাবে আহ্বান জনায়।

‘’বৰদলৈ কংগ্ৰেছৰ শাসনত ক্ষমতাশালী মন্ত্ৰী আছিল আৰু উদ্যোগ, বন আৰু আনকি গৃহ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিছিল। মই তেওঁক সুধিব খোজো তেওঁ কংগ্ৰেছৰ কাৰ্যকালত ৩.৫ লাখ দৰিদ্ৰ লোকক ৰেছন কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত কৰি অৱস্থাপন্ন লোকক আৱন্টন দিয়াৰ দায়িত্ব ল’বনে?’’-পাটোৱাৰীয়ে প্ৰশ্ন কৰে।

পাটোৱাৰীয়ে লগতে কংগ্ৰেছৰ কাৰ্যকালত ভাল অৱস্থাসম্পন্ন লোকক ৪.৫ লাখ ভুৱা জবকাৰ্ড দিয়াৰ ক্ষেত্ৰত হোৱা অনিয়মৰ দায়িত্ব বৰদলৈয়ে ল’বনে বুলিও প্ৰশ্ন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd