• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৯-২০ বৰ্ষৰ শিল্পী পেন্সন আৰু সাহিত্যিক পেন্সন প্ৰাপকৰ নাম ঘোষণা চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2019 9:27 am
Hembhai

হেমভাই। ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত কৰাৰ দৰে এইবাৰো অসম চৰকাৰে ৰাজ্যৰ নিৰ্বাচিত শিল্পী আৰু আৰু সাহিত্যিকক পেন্সন দিয়াৰ বাবে ২০১৯-২০ বৰ্ষৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে।

চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ে কৰা ঘোষণ মতে, মুঠ ১২৫জনক শিল্পী পেন্সনৰ বাবে নিৰ্বাচন কৰা হৈছে। এওঁলোকক চৰকাৰে মাহে ৮ হাজাৰকৈ টকা পেন্সন দিব আৰু এইটো স্বাধীনতা দিৱসৰ দিনটোৰ পৰাই কাৰ্য্যকৰী হ’ব।

Apply Now

শিল্পীলৈ পেন্সনৰ উপৰি প্ৰয়াত ২০জন শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য আৰু ১৪জন প্ৰয়াত শিল্পীৰ পৰিয়াললৈ পৰিয়াল পেন্সন আগ বঢ়াইছে।

এককালীন সাহায্যৰ পৰিমাণ ৫০ হাজাৰ টকা আৰু প্ৰয়াত শিল্পীজনৰ নিকটতম আত্মীয়ই এই টকা লাভ কৰিব।

আনপিনে প্ৰয়াত শিল্পীৰ ১৪টা পৰিয়ালে মাগে ৪ হাজাৰকৈ টকাৰ পেন্সন লাভ কৰিব।

চৰকাৰে ঘোষণাটোত কয়, ৰাজ্যৰ কলা আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগ বঢ়োৱা বিভিন্নজন ব্যক্তি আৰু তেওঁলোকৰ পৰিয়াললৈ এই পেন্সন আৰু সাহায্য আগ বঢ়োৱা হৈছে।

অৱশ্যে ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান দিয়া চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৱেবছাইটত এই সম্পৰ্কীয় কোনো তথ্য পোৱা নাযায়। ৱেবছাইটটো ভ্ৰমণ কৰিলে ২০১৬-২০১৭ চনৰ তালিকাখনহে দেখা যায়।

জ্যোতিষ শিকদাৰ, হেমভাই, শান্তিছায়া শইকীয়াকে ধৰি ৪৩জনলৈ সাহিত্যিক পেন্সন

২০১৯-২০ বৰ্ষত মুঠ ৪৩ জন ব্যক্তিক সাহিত্যিক পেন্সন দিয়াৰ বাবে নিৰ্বাচন কৰা হৈছে। এওঁলোকক মাহে ৮ হাজাৰকৈ টকা দিয়া হ’ব আৰু সেয়া ১৫ আগষ্টৰ দিনটোৰ পৰাই কাৰ্য্যকৰী হ’ব।

সাহিত্যিক পেন্সনৰ বাবে নিৰ্বাচিতসকল-

কাছাৰৰ অঞ্জু এনদৌ; দৰঙৰ গোবিন্দ ৰাম ভৰালী, টংকেশ্বৰ দেৱী; ডিব্ৰুগড়ৰ প্ৰসেনজিৎ কুমাৰ গোস্বামী, ভীমকান্ত বৰুৱা; গোৱালপাৰাৰ জ্ঞানশংকৰ খাখলাৰী, লিষ্টিৰাম ৰাভা; হোজাইৰ খৰ্গ বাহাদুৰ নেপালী; যোৰহাটৰ যোগমায়া গগৈ, দীপাঞ্জলী বৰা, সোণাৰাম শৰ্মা, শান্তিছায়া শইকীয়া; কামৰূপ মহানগৰৰ পৰিণীতা বুজৰবৰুৱা, হেমভাই, প্ৰফুল্ল কুমাৰ দত্ত, লক্ষ্মীন্দ্ৰ কুমাৰ সিনহা, ধীৰেশ্বৰ ডেকা, অনিতা নিংগমবাম, উত্তম বৰুৱা, জ্যোতিষ শিকদাৰ, লীলাৱতী শইকীয়া বৰা, ৰূপম বৰুৱা, ড০ বীণু বৰুৱা, শশী ফুকন, কীৰ্তিকমল ভূঞা; কামৰূপ গ্ৰাম্যৰ নৃপেন্দ্ৰ কুমাৰ ভাগৱতী, সুৰেশ শৰ্মা; কাৰ্বি আংলঙৰ ধনেশ্বৰ ইংতি; লখিমপুৰৰ পূৰ্ণানন্দ ভূঞা; মৰিগাঁৱৰ সত্যহাস দাস; নলবাৰীৰ মামনি ডেকা, গোলোক পাঠক, খগেন ডেকা; নগাঁৱৰ মোলান লস্কৰ; বৰপেটাৰ টিকেন নাথ, নিৰুপমা বৰুৱা, মনোৰমা ভূঞা; শোণিতপুৰৰ ললিত বৰুৱা, তিনিচুকীয়াৰ ৰূপেশ্বৰী গোহাঁই; ওদালগুৰিৰ বিষ্ণু শৰ্মা, ক্ষীতেশ্বৰ শৰ্মা, দেৱৰাজ সাপকটা আৰু অমৃত বসুমতাৰী।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd