DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ মে’ মাহৰ দৰমহা সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 28, 2020 2:16 pm
ca1674e6-e82d-4327-8098-86ec3562ab03
29.8k
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি চলি আছে চতুৰ্থ পৰ্যায়ৰ ল’কডাউন।

ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউনৰ ফলত দেশৰ অৰ্থনৈতিক অৱস্থা বেয়াৰ ফালে ঢাল খোৱা বুলি সচেতন মহলত চৰ্চা চলিছিল।

ইয়াৰোপৰি, দেশৰ বিভিন্ন ৰাজ্য চৰকাৰ সমূহে ১০ শতাংশৰ পৰা আৰম্ভ কৰি ৫০ শতাংশ পৰ্যন্ত দৰমহা কৰ্তন কৰিছে।

তেনে সময়তে অসমৰো ৰাজ্যিক কৰ্মচাৰী সকলৰ মনত চিন্তা হৈছিল যে ৰাজ্য চৰকাৰে তেওঁলোকৰ দৰমহাৰ অংশ কৰ্তন কৰিব নেকি?

সেই চিন্তা দূৰ কৰি বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে যে ৰাজ্যিক কৰ্মচাৰীৰ মে’ মাহৰ দৰমহা কৰ্তন কৰা নহয়।

টুইটাৰত এই কথা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে লিখিছে –
“অসম চৰকাৰে মে’ মাহৰ দৰমহা আৰু পেঞ্চন সম্পূৰ্ণৰূপে আদায় দিয়াৰ সিদ্ধান্ত লৈছে৷ কেন্দ্ৰীয় চৰকাৰে বিকেন্দ্ৰীকৃত অনুদান দিয়াৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে৷”

Assam Govt has decided to disburse full salaries & pensions for the month of May. This is possible due to the release of devolution grant by union https://t.co/dHsupudhy8 deep gratitude to PM Sri @narendramodi FM @nsitharaman.Our own revenue has also shown gradual improvement

— Himanta Biswa Sarma (@himantabiswa) May 28, 2020

এনে সহায়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে৷

মন্ত্ৰীগৰাকীৰ দাবী “ৰাজ্যৰ নিজস্ব ৰাজহো ক্ৰমাৎ বৃদ্ধি হ’ব ধৰিছে৷”

মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাছতে কিছু পৰিমাণে হ’লেও সকাহ লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd