• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Assam Govt Job GK Quiz 2022 : চৰকাৰী চাকৰি প্ৰাৰ্থীৰ বাবে কেইটামান প্ৰয়োজনীয় Quiz

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 20, 2022 6:23 pm
Assam Govt Job GK Quiz 2022
101
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত এতিয়া বিভিন্ন চৰকাৰী বিভাগত বহু পদ পূৰণৰ বাবে চৰকাৰে জাননী প্ৰকাশ কৰিছে৷ চাকৰি প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে ইয়াত কেইটামান
বহু বিকল্পী প্ৰশ্ন সন্নিবিষ্ট কৰা হৈছে।শুদ্ধ বুলি ভবা উত্তৰসমূহত ক্লিক কৰি একেবাৰে শেষত থকা ছাবমিটত ক্লিক কৰিলে ভুল-শুদ্ধৰ বিষয়ে জানিব পাৰিব।

.

Apply Now

Welcome to your Quiz 20/08/2022

(১) প্রথম মহিলা এ চি এছ বিষয়াগৰাকী কোন আছিল?

(২) পৃথিৱীৰ সৰ্ববৃহৎ চি টি চি চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত?

(৩)আহোমৰ শেষ স্বাধীন ৰজা জনৰ নাম কি?

(৪) মাইলছ ব্ৰন্সনে প্রস্তুত কৰা অসমীয়া- ইংৰাজী অভিধানখনত মুঠ কিমান শব্দ সন্নিবিষ্ট আছিল ?

(৫) চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল?

(৬) অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে?

(৭) তলৰ কোনজন অসমীয়াই দাণ্ডি যাত্ৰাত ভাগ লৈছিল ?

(৮) প্ৰথম অসমীয়া চলচ্চিত্র 'জয়মতী' কোন চনত নিৰ্মাণ কৰা হৈছিল?

(৯) জ্যোতি চিত্ৰবন কেতিয়া স্থাপন কৰা হৈছিল?

(১০) প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

(১১) বড়ো ভাষাৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম কি ?

(১২) মাধৱদেৱৰ নাটসমূহক কি বুলি জনা যায় ?

(১৩) আহোম যুগৰ শ্ৰেষ্ঠ কবিগৰাকীৰ নাম কি ?

(১৪) জোনাকী কোন চনত প্ৰকাশ পাইছিল?

(১৫) অসমত বাংলা ভাষাৰ প্ৰচলন কোন চনৰ পৰা আৰম্ভ হৈছিল ?

(১৬) গুৱাহাটীলৈ অহা প্ৰথম খ্ৰীষ্টান মিছনেৰীজনৰ নাম কি ?

(১৭) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথি খনৰ নাম কি?

(১৮) অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজা

(১৯) অসম ক্রিকেট এছ চিয়েছন কোন চনত গঠন হৈছিল?

(২০) প্ৰথম অসমীয়া চতুর্দশপদী কবিতাটোৰ নাম কি ?

clock.png

Time's up

Also read : Assamese GK 2022: ভাৰতৰ স্বাধীনতা দিৱস সম্পৰ্কীয় কেইটামান বহু বিকল্পী প্ৰশ্নোত্তৰ

Also read : Assamese GK 2022: ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

Also read : Assamese GK 2022: ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd