• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা প্ৰতিমা পাণ্ডে বৰুৱাৰ অধ্যায় আঁতৰোৱাক লৈ ৰাজ্য চৰকাৰক সমালোচনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 6, 2020 3:47 pm

2 min read

MIL-book-for-Class-VII-750x375 (1)

ৰাজ্যিক পাঠ্যপুথি

1.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰখ্যাত লোকসংগীত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱনী ৰাজ্যিক পাঠ্যপুথিৰ পৰা আতৰাই দিয়াক লৈ আন এক বিতৰ্কৰ সৃষ্টি হৈছে ৰাজ্যত।

সপ্তম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ সংলগ্ন অধ্যায় আঁতৰাই দিয়াক লৈ এই বিতৰ্কৰ সৃষ্টি হৈছে।

গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী তথা নামনি অসমৰ সাংস্কৃতিক সাধক গৰাকীৰ জীৱনী পাঠ্যপুথিৰ পৰা আতৰাই দিয়া সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰে ধুবুৰী জিলা ছাত্ৰ সন্থাই।

‘‘এফালে এইখন চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক কৰ্মীসকলক পেঞ্চন দিয়াৰ কথা ঘোষণা কৰে আৰু আনফালে প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱনী বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা আঁতৰাই দিয়ে,’’ ধুবুৰী আছুৰ তৰফৰ পৰা কোৱা হয়।

‘‘আমি আমাৰ অসন্তুষ্টি কেন্দ্ৰীয় কমিটিৰ ওচৰত জনাইছো আৰু বিষয়টো কেন্দ্ৰীয় কমিটিক ৰাজ্য চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ বাবে অনুৰোধ কৰিছো,’’ ধুবুৰী জিলা আছুৰ সাধাৰণ সম্পাদক সৌৰভ ভট্টাচাৰ্য্যই কয়।

প্ৰবীৰ বৰুৱা নামৰ এগৰাকী প্ৰতিমা পাণ্ডে বৰুৱাৰ পৰিয়ালৰ সদস্যয়ো বিষটোত অসন্তুষ্টি ব্যক্ত কৰে।

প্ৰবীৰ বৰুৱাই প্ৰতিমা পাণ্ডে বৰুৱা মাত্ৰ এটা নাম নহয়, ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ এটা উল্লেখযোগ্য পৰিচয়ৰ লগতে নামনি অসমৰ লোকসংগীতৰ উজ্বল ভোটা তৰা আছিল বুলি কয়।

গোৱালপৰীয়া সংস্কৃতি আৰু লোকসংগীতৰ পৰিচয় অসমৰ শিশু আৰু নৱ প্ৰজন্মৰ মাজৰ পৰা নোহোৱা কৰাৰ বাবে এয়া এক ধৰণৰ শৰযন্ত্ৰ বুলিও প্ৰবীৰ বৰুৱাই ৰাজ্যিক বোৰ্ডৰ বিষয়ববীয়াসকলক সমালোচনা কৰে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd